বার্লিন আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱৰ জুৰী নির্বাচিত ৰীমা দাস
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ ৰাষ্ট্রীয়– আন্তঃৰাষ্ট্রীয় স্তৰত সমাদৰ লাভ কৰা অসমৰ প্রখ্যাত চলচ্চিত্র নির্মাতা ৰীমা দাস বার্লিন আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱৰ জুৰী সদস্য হিচাপে নির্বাচিত হৈছে৷ অহা ২৮ ফেব্রুৱাৰীত বার্লিনৰ ইউৰানিয়াত অনুষ্ঠিত…