নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহিত্য সভাৰ অধিৱেশন নে মীনা বজাৰ!

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ অসম সাহিত্য সভাই পূৰ্বৰ গৌৰৱ হেৰুৱাইছে নেকি? পূৰ্বৰ মৰ্যাদা অটুট আছে নে সাহিত্য সভাৰ এয়া এক প্ৰশ্নবোধক। সভাৰ নিৰ্বাচনকে ধৰি  ভিন্ন সময়ত বিভিন্ন বিষয় লৈ সাহিত্য সভা বিতৰ্কৰ মাজত সোমাই পৰাটো সকলোৰে জ্ঞাত।…

দিল্লী নিৰ্বাচনঃ  AAP-এ আৰম্ভ কৰিছে গোপন প্ৰচাৰ

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ দিল্লীৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ ৩ দিন বাকী । নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিজেপিয়ে দিল্লীত আক্ৰমণাত্মক ৰূপত প্ৰচাৰ আৰম্ভ কৰিছে । পিচ পৰি ৰোৱা নাই কংগ্ৰেছো । কিন্তু ইয়াৰ মাজতে এক খবৰ অনুসৰি, দিল্লীত আম…

চীনত মৃত্যুৰ কিৰিলী; এইপৰ্যন্ত মৃত্যুৰ সংখ্যা ৪২৫ লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ চীনত অব্যাহত আছে ক'ৰোনা ভাইৰাছৰ আতংক । মঙলবাৰে এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা বৃদ্ধি পালে ৪২৫ জনলৈ । ইপিনে এক সূত্ৰমতে এই পৰ্যন্ত সমগ্ৰ বিশ্বৰ প্ৰায় ২০,৪৩৮ গৰাকী লোকৰ দেহলৈ এই মাৰাত্মক ভাইৰাছৰ…

নাহৰকটীয়াত ডকাইতি কাণ্ডঃ আৰক্ষীৰে হোৱা সংঘৰ্ষত এজন ডকাইতৰ মৃত্যু

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া আৰক্ষী থানাৰ অৰ্ন্তগত কলীয়াপানী অঞ্চলত চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে । দুলীয়াজানৰ চাই টেলিকম নামৰ এয়াৰটেল ডিষ্ট্ৰিবিউটৰ এটাৰ কৰ্মচাৰী তথা ১ নং দুলীয়াজান গাঁৱৰ পুৰুষোত্তম ছেত্ৰীয়ে…

অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ বিৰোধিতা সুস্মিতা দেৱৰ

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ তীব্ৰ বিৰোধিতা সুস্মিতা দেৱৰ।কৰিমগঞ্জৰ এখন জনসভাত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে ৬নং দফা কাৰ্যকৰী হ'লে বঙালীসকলে ভাষা, চাকৰি নিৰাপত্তাকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব। তীব্ৰ…

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ হতচকিত কাণ্ডঃ প্ৰণৱ গগৈৰ ঠাইত তৰুণ গগৈৰ ফটো

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ সোমবাৰে মৃত্যু হোৱা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা বিধায়ক প্ৰণৱ গগৈৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰি অসম সম্পৰ্কে ন্যূনতম ধাৰণা নথকা কথাটোকে পুনৰবাৰ প্ৰমাণ কৰিলে এটা ৰাষ্ট্ৰীয় সংবাদমাধ্যমে । 'দৈনিক জাগৰণ' নামৰ…

দিল্লী নিৰ্বাচনঃ ‘আপ’ৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি, ২৪ ঘণ্টাই খোলা থাকিব বজাৰ

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ দিল্লীৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তীব্ৰতৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ । বিজেপি, কংগ্ৰেছৰ পাছত মঙলবাৰে আম আদমী পাৰ্টীয়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ । নিৰ্বাচনী ইস্তাহাৰত…

JMB ৰ ভাবুকিৰ পাচত কি ক’লে মন্ত্ৰী ড০ শৰ্মাই

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ দুৰ্ধৰ্ষ মৌলবাদী সংগঠন জেএমবিয়ে মইনবড়ী সত্ৰৰ ডেকা সত্ৰাধিকাৰ অপূৰ্ব অধিকাৰী, অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱালৈ দিয়া ভাবুকি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী ড০ শৰ্মাই । ড০…

৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ ঐতিহাসিক বড়ো চুক্তিৰ পাচতেই অহা ৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰত অনুষ্ঠিত কৰা হৈছে বিজয় উৎসৱ । এই বিজয় উৎসৱত ভাগ ল'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীকে ধৰি আটাইবোৰ বড়ো সংগঠনৰ…

মহানগৰীৰ ছয়মাইলত দিন-ডকাইতি

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ  মহানগৰীৰ ছয়মাইলত দিন ডকাইতিৰ ঘটনা। এখন বাইকত অহা দুটা দুৰ্বৃত্তই বসন্ত হাতীমূৰীয়া নামৰ লোকজনৰ পৰা লুটিলে প্ৰায় ১লাখ ৫২ হাজাৰ টকা। ছয়মাইলৰ SBIৰ সমীপত সংঘটিত হৈছে এই ঘটনা। SBIৰ শাখাৰ পৰা ধনখিনি উলিয়াই আনিছিল…