নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয় দিনৰ বাবে অৰূপজ্যোতি শইকীয়াক জেৰা

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ শনিবাৰ আৰু সোমবাৰে আই আইটি গুৱাহাটীৰ অধ্যাপক অৰূপজ্যোতি শইকীয়াক নিয়াই জেৰা চলোৱাৰ পাচত আজি পুনৰ জেৰাৰ অব্যাহত ৰাখিছে অধ্যাপকগৰাকীক । সোমবাৰে পুৱা ১১ বজাৰ পৰা ৪ বজালৈ পাঁচঘণ্টাজোৰা জেৰা চলাইছিল অধ্যাপকগৰাকীক ।…

নামনি অসম দখল কৰিব জে এম বিয়ে : দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনে প্ৰেৰণ কৰিছে ভাবুকি পত্ৰ

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ ইতিহাস বিজড়িত মইনবড়ী সত্ৰৰ ডেকা সত্ৰীয়ালৈ এইবাৰ দুৰ্ধৰ্ষ মৌলবাদী সংগঠন জেএমবিয়ে প্ৰেৰণ কৰিছে মৃত্যুৰ ভাবুকি । অচিৰেই নামনি অসম দখল কৰাৰ লগতে মুছলমান বিৰোধী কাৰ্য কৰাৰ বাবেই ডেকা সত্ৰীয়া তথা মইনবড়ী সত্ৰলৈ এই…

অসম সাহিত্য সভাৰ স্মৃতিগ্ৰন্থত বাৰেপাচি ভুল; মুখ্যমন্ত্ৰীৰ নামো ভুলকৈ প্ৰকাশ

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ শুৱালকুছিত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ অধিৱেশনক জনতাৰ অভূতপূৰ্ব সঁহাৰিয়ে প্ৰদান কৰিছে এক অনন্য মাত্ৰা । সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনখন ৰাজকীয় ধৰণে প্ৰস্তুতি সম্পন্ন কৰা হৈছিল যদিও অধিৱেশনৰ স্মৃতিগ্ৰন্থত…

গ্রন্থমেলা, প্রদর্শনী আৰু বাণিজ্য মেলাত গ্রন্থপ্রেমী আৰু দর্শনার্থীৰ মাত্রাধিক ভিৰ

নিয়মীয়াা বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ বিশাল ব্রহ্মপুত্রৰ পাৰৰ সেউজ বালিচৰত এক উদুলি–মুদুলি পৰিৱেশ৷ অগণন সাহিত্যপ্রেমীৰ ভিৰত বস্ত্রনগৰী শুৱালকুছি দলদোপ–হেন্দোলদোপ ৷ জ্যোতিক্ষেত্রৰ চৌদিশত কেৱল মানুহ আৰু মানুহ ৷ কালিৰ দৰে আজিও শুৱালকুছিৰ…

পাণ্ডিয়াক ধৈর্য ধৰাৰ আহ্বান জাহিৰৰ

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ প্রত্যাৱর্তনক লৈ খৰখেদা নকৰিবলৈ টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াক পৰামর্শ আগবঢ়াইছে ভাৰতৰ প্রাক্তন বেগী বলাৰ জাহিৰ খানে৷ তেওঁ কয় যে হার্দিক এতিয়া অত্যন্ত ধৈর্যশীল হ’ব লাগিব আৰু চিকিৎসকৰ পৰামর্শ…

ধোনীৰ ভৱিষ্যতক লৈ সন্দেহ প্রকাশ কপিলৰ

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ ভাৰতীয় ক্রিকেটৰ অন্যতম সফল অধিনায়ক তথা কিংবদন্তি উইকেটৰক্ষক মহেন্দ্র সিং ধোনীৰ ভৱিষ্যতক লৈ সন্দেহ প্রকাশ কৰিছে প্রাক্তন অধিনায়ক কপিল দেৱে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ সোমবাৰে স্পষ্টকৈ…

দ্বিতীয় স্থানলৈ উন্নীত ৰাহুলঃ শীর্ষ ১০ত ৰোহিত

নিয়মীয়া বাৰ্তা ৪ ফেব্রুৱাৰীঃ নিউজিলেণ্ডৰ বিপক্ষে সদ্যসমাপ্ত পাঁচখনীয়া টি–২০ শৃংখলাটোত কৰা চমকপ্রদ প্রদর্শনৰ ফলত ভাৰতীয় দলটোৰ কেইবাজনো খেলুৱৈয়ে সদ্যপ্রকাশিত আই চি চি টি–২০ ৰেংকিঙত স্থানৰ উন্নতি ঘটিবলৈ সক্ষম হৈছে৷ সোমবাৰে প্রকাশ পোৱা ৰেংকিঙৰ…

অসম সাহিত্য সভা এক স্বপ্ন

শতবর্ষ গৰকা এটা অনুষ্ঠানৰ মহত্ত্ব অনস্বীকার্য৷ কেইবাশ শাখাৰে এশ বছৰীয়া অসম সাহিত্য সভা নিশ্চিতভাৱে অসমৰ ৰাজহুৱা জীৱনত এটা প্রভাৱশালী অনুষ্ঠান৷ ‘প্রভাৱশালী’ শব্দটো অর্থপূর্ণ৷ প্রভাৱ এটা সম্ভাৱনাহে৷ প্রভাৱ যদি প্রয়োগ কৰা নহয়, ই মন ভাল লগা এটা…

নিয়মীয়া বার্তাৰ চীফ ৰিপ’টাৰ হেমন্ত মজুমদাৰ–ৰিপ’টাৰ খনিন ডেকালৈ সন্মান

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ আজান ফকীৰ (পীৰ) প্রকল্প ন্যাসৰ উদ্যোগত তথা সদৌ অসম গৰিয়া–মৰিয়া যুৱ–ছাত্র পৰিষদ আৰু দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ সহযোগত ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট সাংবাদিক আৰু লোকশিল্পীক ৫ ফেব্রুৱাৰীত দিনৰ ১ বজাত গুৱাহাটী প্রেছ…

ৰ’জ ভেলীৰ ধন সংগ্রহৰ কেলেংকাৰিৰ গোচৰ; তিনিটা কোম্পানীৰ ৭০.১১ কোটিৰ সম্পদ জব্দ

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ ৰ’জ ভেলীৰ কেলেংকাৰিৰ গোচৰত আজি এনফ’চমেণ্ট সঞ্চালকালয়ে (ইডি) বিভিন্ন ব্যক্তি তথা সংস্থাৰ কেইবাটাও স্থানত থকা স্থাৱৰ–স্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰিছে৷ অবৈধ ধনৰ লেনদেন প্রতিৰোধ আইনৰ অধীনত কেন্দ্রীয় সংস্থাটোৱে মুঠ…