নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকশিল্পী প্রভাত কলিতা বৰবায়নলৈ স্বীকৃতি আউনীআটী সত্রৰ

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ ঢ়কুৱাখনা মহকুমাৰ প্রাচীন নামঘৰ মাজজালভাৰী চৈধ্য প্রসংগীয়া মহাপুৰুষীয়া সংস্কৃতিৰ সাধক বৰগায়ন প্রভাত কলিতালৈ আগবঢ়োৱা হৈছে শ্রীশ্রী আউনীআটীয় সত্রৰ তৰফৰ পৰা বৈষ্ণৱ সংস্কৃতিৰ সাধনা ‘নামলগোৱা’ স্বীকৃতি৷ উল্লেখ্য যে…

গোৱালপাৰাত ভয়ংকৰ বাছ দুৰ্ঘটনা; নিহত ৬ জনৰো অধিক

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ মঙলবাৰে পুৱতি নিশা গোৱালপাৰাৰ ধূপধৰাৰ কোঠাকুঠিত  সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা । এই দুৰ্ঘটনাত ছজনৰো অধিক যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে কোবাগৰাকী যাত্ৰী আহত হয় । বাছখনৰ অৱস্থালৈ চাই হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ…

বিকল কিডনীৰ মহাসংকটত বাক্সাৰ ডালিমী

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ বাক্সাৰ জিলাৰ শালবাৰী মহকুমাৰ অন্তর্গত আনন্দবজাৰৰ অতি দুখীয়া পৰিয়ালৰ তথা এগৰাকী কণমানি কন্যা সন্তানৰ মাতৃ ২৮ বছৰীয়া ডালিমী দাস নামৰ মহিলাগৰাকীৰ দুয়োটা কিডনীয়ে বিকল৷ পাঠশালা, বৰপেটা, গুৱাহাটীকে ধৰি বিভিন্ন ঠাইত…

সপ্তম মানৰ পাঠ্যপুথিৰ পৰা আঁতৰালে প্রতিমা বৰুৱা

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ শিক্ষা (প্রাথমিক) বিভাগৰ সপ্তম শ্রেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথিত গোৱালপাৰীয়া লোকসংগীতৰ সম্রাজ্ঞী প্রতিমা বৰুৱা পাণ্ডেৰ জীৱনীমূলক লেখাটোৱে স্থান নোপোৱাত স্থানীয় একাংশ মহলসহ শিল্পীগৰাকীৰ গৌৰীপুৰস্থিত…

সুস্মিতা দেৱৰ প্ৰৰোচনামূলক মন্তব্যঃ “হিন্দু–মুছলমান ভেদে অসমীয়াৰ বিৰুদ্ধে একত্ৰিত হওক…

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ ৰাজ্যিক ভাষা ৰূপে অসমীয়া ভাষাক স্বীকৃতি দিবলৈ কেন্দ্ৰলৈ ৰাজ্য চৰকাৰে প্ৰস্তাৱ আগবঢ়োৱাৰ সময়তে অসমীয়া ভাষাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্রেছৰ প্রাক্তন সাংসদ সুস্মিতা দেৱ৷ বৰাকৰ কংগ্রেছ নেত্রীগৰাকীৰ স্পষ্ট মন্তব্য–…

অসম সাহিত্য সভাৰ অধিৱেশনৰ আজি সামৰণী অনুষ্ঠানৰ কার্যসূচীসমূহ-

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ আজি পুৱাৰ ভাগত কবি সুশীল শর্মা সাহিত্য মঞ্চত বাণীকান্ত কাকতি সোঁৱৰণী সাহিত্য–সমালোচক সন্মিলন, অতুল চন্দ্র বৰুৱা মূল মঞ্চত ‘মায়াৰাম তামুলী সাংবাদিক সন্মিলন’ অৰুণোদয় আৰু লক্ষীনাথ ফুকন সাংবাদিক বঁটাৰ লগতে পৰাগ…

ৰামধেনু অনুষ্ঠান উদ্বোধন কৰি মৃণালিনী দেৱীৰ আহ্বানঃ অ–আ–ক–খৰে আৰম্ভ কৰক শিশুৰ শিক্ষা জীৱন

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ ‘শিক্ষাৰ পদ্ধতি হূদয়ত প্রতিষ্ঠা কৰিব লাগে৷ শিশুসকলৰ মুখৰ পৰা মাতৃভাষা কাঢ়ি নিব নালাগে৷ এ–বি–চি–ডিৰে শিশুৰ শৈক্ষিক জীৱন আৰম্ভ নকৰি অ–আ–ক–খৰে শিশুৰ শিক্ষা জীৱন আৰম্ভ কৰা উচিত৷ তেতিয়াহে শিশুসকলে মাতৃভাষাৰ প্রতি…

মইনবড়ী সত্রৰ ডেকা সত্রীয়াক জেএমবিৰ ভাবুকি; বন্ধ খামত পেলাই থৈ গ’ল সকীয়নি পত্ৰ

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ সত্ৰ, মঠ-মন্দিৰ, দেৱালয়ৰ ভূমিত সন্দেহজনক লোকৰ বেদখল তথা এনে ঐতিহ্যমণ্ডিত ধৰ্মীয় অনুষ্ঠানসমূহত ধাৰাবাহিক চুৰিকাণ্ড সংঘটিত হৈ অহাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ ঘটনা । ইতিহাস বিজড়িত মইনবড়ী সত্ৰৰ…

ঈশান–ইৱনৰ আত্মাৰ সদ্গতি কামনাৰে শতাধিকৰ প্রার্থনা

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ মহানগৰীৰ বেলতলাৰ ১নং বশিষ্ঠপুৰ উপপথত যোৱা ২৩ জানুৱাৰীৰ দিনা অপ্রত্যাশিতভাৱে অগ্নিকাণ্ডত  হৈ অতি কৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱা দুই কণমানি ক্রমে ঈশান গোস্বামী আৰু ইৱন গোস্বামীক কালি শতাধিক লোকে শ্রদ্ধাঞ্জলি…

যান–বাহন আইন উলংঘাকাৰী চালকক জৰিমনা

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ ৰাজ্যত নতুন যান–বাহন আইন প্রযোজ্য হোৱাৰ পিছতো এতিয়াও সজাগ হোৱা নাই একাংশ চালক৷ হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলোৱা আৰু ছিট বেল্ট নলগোৱাকৈ গাড়ী চলোৱাটো একাংশৰ বাবে চখত পৰিণত হৈছে৷ যান–বাহন আইন ভংগ কৰা তেনে…