নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুৰ মেদবহুলতা

ডাঃ মৃদুপ্লাৱন বৰা  শিশু ৰোগ বিশেষজ্ঞ  শিশুৰ স্বাস্থ্যৰ প্রতি পিতৃ–মাতৃ সদায়েই সচেতন৷ আজিৰ ভাৰতবর্ষৰ শিশুৰ স্বাস্থ্যৰ কথা উল্লেখ কৰিব খুজিলেই আমাৰ সন্মুখত জিলিকি উঠে পুষ্টিহীনতাৰ এখন নগ্ন ছবি৷ পুষ্টিহীনতা অকল ভাৰতৰে নহয়, বিশ্বৰে গুৰুতৰ…

অৰুণাচল সীমান্তত সংঘর্ষৰ দায়িত্ব স্বীকাৰ আলফা (স্বাধীন)ৰ

নিয়মীয়া বাৰ্তা, ৩ ফ্ৰেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ অসম–অৰুণাচল সীমান্তৱর্তী অঞ্চলৰ মংলুং আৰু খণ্ডে বস্তিৰ সমীপত ভাৰতীয় সেনা আৰু আলফাৰ মাজত সংঘটিত গুলীয়াগুলীৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা (স্বাধীন)–এ ৷ সংবাদ মাধ্যমলৈ আলফা (স্বাধীন)ৰ প্রচাৰ…

নাকৰে পানী ওলোৱা

সুখ আৰু দুখ যিকোনো অৱস্থাতে মানুহৰ নাকেৰে পানী ওলাব পাৰে৷ কান্দিলে চকুৰ পানী নাকেৰেও বৈ যায়৷ আনহাতে হাঁহিলেও চকুৰ পানী, নাকৰ পানী একাকাৰ হোৱা দেখা যায়৷ আচলতে চকুৰ পানী অনবৰতে নেজোনেক্রিমেল নলীৰে নাকৰ ভিতৰলৈ বৈ থাকে৷ সেয়ে চকুৰ পানী বেছিকৈ…

বাজেটত দেশৰ অর্থনৈতিক সংকটৰ উল্লেখ নাই- ৰিপুণ বৰা

নিয়মীয়া বাৰ্তা, ৩ ফ্ৰেব্ৰুৱাৰীঃ কেন্দ্রীয় বিত্তমন্ত্রী নির্মাল সীতাৰমণে কালি সংসদত দাখিল কৰা ২০২০–২১ বিত্তীয় বর্ষৰ বাজেটখনক নিবনুৱা যুৱক, কৃষক, দৰিদ্র জনসাধাৰণ মহিলা সকলোৰে বাবে হতাশা আৰু নিৰাশাৰ বাজেট বুলি অভিহিত কৰিছে প্রদেশ কংগ্রেছে৷…

হূদপিণ্ডক ভালে ৰখাৰ কৌশল

ডাঃ নৰোত্তম সোণোৱাল সহযোগী অধ্যাপক, মেডিচিন বিভাগ, যোৰহাট চিকিৎসা মহাবিদ্যালয় ফোনঃ ৯৮৬৪০–৯৭৫৫৪ নিজৰ হূদয়ক সুস্থ জীৱনশৈলীৰ অনুশীলনৰ দ্বাৰা ৰোগক প্রতিহত কৰি ৰাখিব পাৰি৷ যদিও হূদৰোগে অকালতে জীৱন কাঢ়ি নি মৃত্যুদূত আখ্যা পোৱা ৰোগবিলাকৰ…

জাতীয় জাগ্রত চেতনাই তিৱাৰ অস্তিত্ব ভৱিষ্যতলৈ বহন কৰি থাকিব

নিয়মীয়া বাৰ্তা, ৩ ফ্ৰেব্ৰুৱাৰীঃ ‘তিৱা জাতিৰ জাগ্রত চেতনাই তিৱাসকলৰ ভৱিষ্যতে অস্তিত্ব বহন কৰিব পাৰিব৷ তিৱাসকলৰ সৰু সৰু ৰাজ্যসমূহৰ ৰজাসকলে সামাজিক ব্যক্তিত্ব, সামাজিক স্থিতি, বজাই ৰখাটো প্রয়োজন৷ একো একোজন ৰাজপৰিয়ালৰ প্রতীক হিচাপে তেওঁলোকে…

গহপুৰত জব্দ ৩.৩৯ লাখৰ জালনোট, ধৃত ৪

নিয়মীয়া বাৰ্তা, ৩ ফ্ৰেব্ৰুৱাৰীঃ গহপুৰ মহকুমাৰ অন্তর্গত হেলেম থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া অজিত কুমাৰ ভূঞাৰ নেতৃত্বত চলোৱা অভিযানত নগদ ধনসহ টকৌবাৰীৰ পৰা গ্রেপ্তাৰ হৈছে চাৰিজন জালনোট সৰবৰাহকাৰী যুৱক৷ জালনোট সৰবৰাহকাৰী চাৰিজন ক্রমে ছিকিমৰ…

দেশজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছ কি

পোনপ্রথম ১৯৩৭ চনত এই ভাইৰাছ চিনাক্ত হৈছিল এটি ব্রংকাইটিছত আক্রান্ত পোহনীয়া চৰাইৰ দেহত, যাৰ দ্বাৰা মুর্গী ফার্মখনৰ বৃহৎ ক্ষতি হৈছিল৷ তাৰ পিছত বিগত ৮টা দশকত বিজ্ঞানীসকল অৱগত হ’ল যে ক’ৰোনা ভাইৰাছে আক্রান্ত কৰিব পৰা আন আন প্রাণীসমূহ হ’ল এন্দুৰ,…

অভয়াপুৰীত আজি বিজেপিৰ দিহানাম প্রতিযোগিতা

নিয়মীয়া বাৰ্তা, ৩ ফ্ৰেব্ৰুৱাৰীঃ বিজেপিৰ বঙাইগাঁও জিলা মহিলা মর্চাৰ উদ্যোগত আৰু বইটামাৰী, টাপাত্তাৰী আৰু অভয়াপুৰী নগৰ মণ্ডলৰ সহযোগত আজি পুৱা ৯ বজাৰ পৰা অভয়াপুৰী চহৰৰ পাছদুৱাৰ পঞ্চমী দৌলপথাৰত অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি ভিত্তিত এক দিহানাম…

ক’ৰোনাৰ আতংক

ডাঃ ভূপেন শইকীয়া  আজিৰ জেট যুগত বিশ্বৰ যিকোনো ঠাইলৈ কম সময়তে যাত্রা কৰাটো সম্ভৱপৰ হৈ উঠিছে৷ ঠাইৰ দূৰত্বসমূহ যেন সংকুচিত হৈ আহিছে৷ এনে সুবিধাৰ বিপৰীতে এঠাইত আৰম্ভ হোৱা মহামাৰী আন এঠাইলৈ অনায়াসে বিয়পিব পাৰে৷ চীন দেশত কেইসপ্তাহমান আৰম্ভ হৈছিল…