নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু আৰু কাশ্মীৰত সেনাৰ চিতা হেলিকপ্তাৰ দুৰ্ঘটনাগ্ৰস্থ

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ জম্মু আৰু কাশ্মীৰৰ ৰিয়াসী জিলাত সোমবাৰে পুৱা ১১.১৫ বজাত এখন সেনাৰ এখন চিতা হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছে।সেনাৰ সূত্ৰত প্ৰকাশ যে দুয়োজন পাইলট নিৰাপদে আছে। লগতে উক্ত ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। চিতা…

পৰেশ বৰুৱাৰ প্ৰস্তাৱক স্বাগতম সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ পৰেশ বৰুৱা আৰু আলফা স্বাধীনৰ সৈতে শান্তি আলোচনা সম্পৰ্কত চৰ্চা অব্যাহত থকাৰ মাজতে এইবাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আলোচনাৰ বাবে আহ্বান জনালে পৰেশ বৰুৱাক । পৰেশ বৰুৱাই শান্তি আলোচনা সম্পৰ্কত কোৱা কথাক…

কেৱল কেৰালাতেই কিয় দেখা গৈছে ক’ৰোনা ভাইৰাছৰ লক্ষণ ? জানিলে আচৰিত হ’ব আপুনিও…

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ কেৰালাই ভাৰতৰ একমাত্ৰ ৰাজ্য য'ত বিশ্বজুৰি আতংক সৃষ্টিকাৰী মাৰাত্মক ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা বেছিকৈ পোহৰলৈ আহিছে । ৰাজ্যখনত তিনিগৰাকীকৈ লোক এই ভাইৰাছৰ ফলত আক্ৰন্ত হৈছে । একাংশ ডাক্তৰৰ মতে এই তিনিওটা ঘটনাতেই…

আঘাতৰ বাবে এদিনীয়া আৰু টেষ্ট দলৰ পৰা বাহিৰ ৰোহিত শৰ্মা

নিয়মীয়া বাৰ্তা ৩ ফ্ৰেব্ৰুৱাৰীঃ ভাৰতীয় ক্ৰিকেট দলৰ সদস্য ৰোহিত শৰ্মা নিউজিলেণ্ডৰ বিৰোধে ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব লগীয়া এদিনীয়া আৰু টেষ্ট শৃংখলাৰ পৰা আঘাতৰ বাবে বাহিৰ হৈছে। ৰোহিত শৰ্মাই দেওবাৰে অনুষ্ঠিত হৈ যোৱা টি-২০ টুৱেণ্টি মেচত আঘাত…

পাচলি বিক্ৰেতাই লিখি উলিয়ালে ১৫ খনকৈ গ্ৰন্থ

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ পেছাত তেওঁ পাচলি বিক্ৰেতা । ফুটপাথত পাচলি বিক্ৰী কৰা এইজন বিক্ৰেতা গ্ৰাহকৰ বাবে তেনেই চিনাকি । পিচে এইজন পাচলি বিক্ৰেতাই পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে এক অসাধাৰণ প্ৰতিভা আছে মানুহজনৰ । পাচলি বিক্ৰীৰ…

‘নিউজ লাইভ’ৰ বাতৰিয়ে পোহৰ আনিলে দেৱাৰু মাঝিৰ পৰিয়াললৈ…

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ টিংখাঙৰ এটা দৰিদ্ৰ পৰিয়াল । থাকিবলৈ এটা ঘৰ অথবা খোৱাপানীকে ধৰি প্ৰয়োজনীয় সা-সামগ্ৰী নথকা দৰিদ্ৰ পৰিয়ালটোৰ জীৱনলৈ হঠাতে আহিল পোহৰ । মাত্ৰ এটা দিন পূৰ্বে অসমৰ জনপ্ৰিয় চেটেলাইট চেনেল 'নিউজ লাইভ'ত এই দৰিদ্ৰ…

দুলীয়াজানৰ টেঙাখাটত অগ্নিকাণ্ড; বুঢ়িদিহিং নদীপৃষ্ঠত জ্বলিছে জুই

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ দেওবাৰে দুলীয়াজানৰ টেঙাখাটত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । হঠাতে বুঢ়িদিহিং নদীপৃষ্ঠত জ্বলি উঠে জুই । উল্লেখ্য যে এসপ্তাহৰে পৰা তেল-গেছ পৰিবাহী পাইপ ফুটি অহৰহভাৱে তেল বৈ আছিল নদীখনৰ বুকুলৈ । কিন্তু…

ৰামেশ্বৰ তেলীৰ বাসগৃহত আক্ৰমণত জড়িত বিজেপি যুৱ মৰ্চাৰ সদস্যক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহত আক্ৰমণৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱকক । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজন হৈছে বিজেপি যুৱ মৰ্চাৰ সদস্য দেৱজিৎ হাজৰিকা । উল্লেখ্য যে ১১ ডিচেম্বৰত কা' বিৰোধী…

দ্বিতীয়বাৰৰ বাবে অৰূপজ্যোতি শইকীয়াক জেৰা কৰিব নিয়াই

নিয়মীয়া বাৰ্তা,৩ ফেব্ৰুৱাৰীঃ আই আই টি গুৱাহাটীৰ ইতিহাস বিভাগৰ অধ্যাপক অৰূপজ্যোতি শইকীয়াক আজি দ্বিতীয়বাৰৰ বাবে জেৰা চলাব নিয়াই । শনিবাৰে অধ্যাপকজনক ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই চাৰিঘণ্টাজোৰা জেৰা চলোৱাৰ পাচত আজি পুনৰ সোণাপুৰৰ এন আই এ…

নখ কামোৰা সমস্যা

নখ কামোৰা বাOnchophagy এটা অভ্যাস৷ এই অভ্যাস প্রায় সকলো ল’ৰা–ছোৱালীৰ থাকে বিশেষকৈ শিশু আৰু কিশোৰসকলৰ ক্ষেত্রত এই বদ অভ্যাস অধিক পৰিলক্ষিত হয়৷ সেয়ে নখ কামোৰা অভ্যাসক কোৱা হয়Daily Child’s Problem৷ নতুন দিল্লীৰ কলাৱতীচৰণ শিশু চিকিৎসালয়ত ৯০০০…