নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেটত ৰেলৱেৰ বাবে কি কি নতুন আঁচনি

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ নিৰ্মলা সীতাৰমণে বিত্তীয় বৰ্ষ ২০২০-২১ৰ সাধৰণ বাজেট সদন দাখিল কৰিছে। এই বাজেটত ৰেলৱেৰ বাবে কেইবাখনো অভিলাসী আচঁনি ঘোষণা কৰিছে। বিত্ত মন্ত্ৰীয়ে কয় যে ৰেলৱেৰ উপাৰ্জন বহুত কম। যাৰ বাবে সৌৰ শক্তি উতপাদন কৰিবলৈ ৰেলৱে…

অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ বাবে ৮৫,০০০ কোটি টকা

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে শনিবাৰে দাখিল কৰে ২০২০-২১ বৰ্ষৰ কেন্দ্ৰীয় বাজেট । এই বিত্তীয় বাজেটত ২০২০-২১ বৰ্ষৰ বাবে অনুসূচীত জাতি আৰু পিছপৰা শ্ৰেণীৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে ৮৫,০০০ কোটি টকা । বৰ্তমানেও বহু…

২০২০-২১ বৰ্ষৰ বাজেট দাখিল, কি কি নতুনত্ব আছে বাজেটত?

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ সংসদত বিত্তমন্ত্ৰীৰ বাজেট ভাষণ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২০-২১বৰ্ষৰ বাজেট ভাষণৰ আৰম্ভণিতে অৰুণ জেটলীক সুঁৱৰিলে নিৰ্মলা সীতাৰমনে GST বলবৎ বিজেপি চৰকাৰৰ ঐতিহাসিক সংস্কাৰ লাহে…

গুৱাহাটীৰ হিংসাত্মক কাণ্ডঃ অধ্যাপক অৰূপজ্যোতি শইকীয়াক নিয়াৰ চমন

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ আইআইটি গুৱাহাটীৰ অধ্যাপক অৰূপজ্যোতি শইকীয়াক শনিবাৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই জাৰি কৰে চমন । 'কা'বিৰোধী আন্দোলনৰ সময়ত হিংসাত্মক কাৰ্যৰ অভিযোগত ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে নিয়াই । আইআইটি গুৱাহাটীৰ ইতিহাস…

দিল্লীবাসীলৈ বিজেপিৰ প্রতিশ্রুতিৰ টোপোলা

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ নির্বাচনী প্রচাৰ অভিযানত দিল্লীৰ ৰাজনীতি উত্তপ্ত হৈ থকা সময়তে শুকুৰবাৰে বিজেপিয়ে মুকলি কৰিছে নির্বাচনী ইস্তাহাৰ ‘সংকল্প পত্র’৷ আগন্তুক ৮ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নির্বাচনৰ বাবে প্রতিশ্রুতিৰ…

ন’বেল শান্তি বঁটা প্ৰদান কৰক গ্ৰেটা থুনাবাৰ্গক

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ জলবায়ু আন্দোলনৰ নেত্রী সপ্তদশী তৰুণী গ্রেটা থুনবার্গক ন’বেল শান্তি বঁটা প্রদান কৰাৰ দাবী জনাইছে ছুইডেনৰ দুগৰাকী সাংসদে৷ ‘ফ্রাইডেছ ফৰ ফিউছাৰ’ আন্দোলনৰ জৰিয়তে বিশ্বজুৰি জলবায়ু পৰিৱর্তনৰ বিষয়টোক লৈ সজাগতা সৃষ্টি…

২০টি শিশুক পণবন্দী কৰা অভিযুক্তক হত্যা ফাৰুখাবাদত

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ উত্তৰ প্রদেশৰ ফাৰুখাবাদ জিলাত এবছৰীয়া কন্যাৰ বাবে ভুৱা জন্মদিনৰ উৎসৱ আয়োজন কৰি ২০টাতকৈ অধিক শিশুক পণবন্দী কৰা এজন লোকক গুলীয়াই হত্যা কৰিছে আৰক্ষীয়ে৷ এই ঘটনাক লৈ সমগ্র জিলাখনত সৃষ্টি হৈছে চাঞ্চল্য৷ স্থানীয় সংবাদ…

শীঘ্ৰে অন্ত পৰিব মহাভিযোগৰ বিচাৰ

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে ছিনেটত চলি থকা মহাভিযোগৰ বিচাৰ প্রক্রিয়া শীঘ্রে অন্ত পৰিব৷ লক্ষণীয়ভাৱে ডেমক্রেট ছিনেটৰসকলে ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগৰ বিচাৰ প্রক্রিয়াৰ সাক্ষ্যদানৰ অনুমতিৰ বাবে…

অসমৰ দুই কৃতী সন্তানলৈ সন্মানীয় সেনা মেডেল

নিয়মীয়া বার্তা, ১ ফেব্ৰুৱাৰীঃ সেনা বাহিনীত প্রশংসনীয় সেৱা আগবঢ়োৱা অসমৰ দুগৰাকী কৃতী সন্তানলৈ কেন্দ্রীয় চৰকাৰে আগবঢ়াইছে সন্মানজনক ‘সেনা মেডেল’৷ গণৰাজ্য দিৱসৰ প্রাক্মুহূর্তত দেশৰ প্রতিৰক্ষা বিভাগে জাৰি কৰা অধিসূচনামর্মে ‘সেনা মেডেল’ৰ বাবে…

শ্বাহীনবাগে প্ৰধানমন্ত্ৰীক মোডীক বিচাৰে

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ আগন্তুক ৮ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নির্বাচনৰ পূর্বে নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী প্রতিবাদে অস্থিৰ কৰি ৰাখিছে দেশৰ ৰাষ্ট্রীয় ৰাজধানী মহানগৰখনৰ ৰাজনীতিক৷ কালি জামিয়াত শিক্ষার্থীসকলৰ…