নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই চি চি ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ ক্রিকেটঃ ছেমিত ভাৰত–পাকৰ মুখামুখি

নিয়মীয়া বাৰ্তা, ২ ফেব্রুৱাৰীঃ বিশ্ব ক্রিকেটৰ দুই চিৰন্তন বৈৰী ভাৰত–পাকিস্তান পুনৰ এবাৰ ক্রিকেটৰ পথাৰত মুখামুখি হ’ব ৷ যোৱা বছৰৰ আই চি চি এদিনীয়া বিশ্বকাপত বিৰাট কোহলি বাহিনীয়ে পাকিস্তানক বিধ্বস্ত কৰাৰ পিছত এইবাৰ ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপৰ…

লক্ষ্ণৌত দিন দুপৰতে ভাৰতীয় হিন্দু মহাসভাৰ প্ৰদেশ অধ্যক্ষক গুলীয়াই হত্যা

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ অখিল ভাৰতীয় হিন্দু মহাসভাৰ অক্ষ্যক্ষ ৰঞ্জিত বচ্চনক দেওবাৰে দিন দুপৰতে গুলীয়াই হত্যা কৰা হয় । তেওঁ প্ৰাতঃভ্ৰমণৰ বাবে যাওতেই বাইকেৰে অহা অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই থৈ যায় । ইপিনে এই হত্যাকাণ্ডত ৯ এম এম পিষ্টলৰ…

এক লাখ বিজেপি কৰ্মীয়ে ঘৰে-ঘৰে চলাইছে প্ৰচাৰ

নিয়মীয়া বাৰ্তা,২ ফেব্ৰুৱাৰীঃ আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে কেন্দ্ৰশাসিত ভাৰতীয় জনতা পাৰ্টী দল । দিল্লীৰ শাসনাধিষ্ঠ দল আম আদমী পাৰ্টীক পৰাজিত কৰিবৰ বাবে এতিয়া উঠিপৰি লাগিছে বিজেপি । মাত্ৰ পাঁচদিন বাকী থকা দিল্লী…

দিল্লী নিৰ্বাচনঃ ঘৰে ঘৰে প্ৰচাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে কেন্দ্ৰশাসিত ভাৰতীয় জনতা পাৰ্টী দল । দিল্লীৰ শাসনাধিষ্ঠ দল আম আদমী পাৰ্টীক পৰাজিত কৰিবৰ বাবে এতিয়া উঠিপৰি লাগিছে বিজেপি । দেওবাৰে ভাৰতীয় জনতা পাৰ্টীৰ…

ক’ৰোনা ভাইৰাছৰ সন্দেহঃ GMCH ত ভৰ্তি এজনক

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ ক'ৰোনা ভাইৰাছত আক্ৰান্তৰ সন্দেহত মৰিগাঁৱৰ এজন যুৱকক ভৰ্তি কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত । কেৰালাৰ পৰা গুৱাহাটীলৈ আহি থকা যুৱকজন গুৱাহাটী বিমানবন্দৰতে অসুস্থ হৈ পৰাত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল…

আহিব নেকি পৰেশ বৰুৱা ? এইবাৰ সাহিত্য সভাই জনালে আহ্বান

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ পৰেশ বৰুৱা নেতৃত্বধীন আলফা স্বাধীনৰ মৰ্যদাপূৰ্ণ শান্তি আলোচনাৰ পোষকতা কৰিছে অসম সাহিত্য সভাই । শনিবাৰে অনুষ্ঠিত অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ কৰিছে সভাই । অসম সাহিত্য সভাৰ বিদায়ী…

জলসিঞ্চনৰ পৰীক্ষাত ব্যাপক বিসংগতি

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ জলসিঞ্চন বিভাগৰ পৰীক্ষাত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন হৈছে । ৰাজ্যত অনুষ্ঠিত হৈ থকা জলসিঞ্চন বিভাগৰ ৩৯৭ টা শাখা সহায়ক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাচতেই এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে…

দাম কমিল আৰু দাম বাঢ়িল ক’ত ?

দাম কমিল আমদানিকৃত নিউজ প্ৰিণ্ট, ক্ৰীড়া সামগ্ৰী, মাইক্ৰ'ফোন, বৈদ্যুতিক বাহন, তেল, ছেম্পু, ডিটাৰজেণ্ট, টুথপেষ্ট, ঘৰুৱা বৈদ্যুতিক সামগ্ৰী, ছেনিটেৰী সামগ্ৰী, ব্ৰিফকেছ, বেগ, বটল, কণ্টেইনাৰ, চশমাৰ ফ্ৰেম, বিছনা, বাঁহৰ ফাৰ্মিচাৰ, ধূপকাঠী,…

অসম আৰক্ষীত ৰদ–বদল কৰিলে গৃহ বিভাগে

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ গৃহ বিভাগে শনিবাৰে এক নির্দেশনাযোগে অসম আৰক্ষীত কিছু সালসলনি ঘটাইছে ৷ সেই অনুসৰি হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) বৰুণ পুৰকায়স্থক পদোন্নতি দি লিগিৰীপুখুৰীস্থিত প্রথম অসম আৰক্ষী বেটেলিয়নৰ…

মানাহৰ পাণবাৰী বনাঞ্চলত সহাৱস্থান মানৱ–বন্যপ্রাণীৰ

নিয়মীয়া বার্তা, ২ফেব্রুৱাৰীঃ ৰাজ্যত হস্তী–মানুহৰ সংঘাত বৃদ্ধি পাই অহাৰ সময়তে মানাহ ৰাষ্ট্রীয় উদ্যোনত বন্য জীৱ–জন্তু আৰু মানুহৰ মাজত বন্ধুত্বসুলভ পৰিৱেশ বিৰাজ কৰিছে ৷ চিৰাঙৰ পাণবাৰী ৰেঞ্জত বনৰীয়া হাতীয়ে বিচাৰি আহে বনকর্মীৰ মৰম ৷ বনাঞ্চলৰ পৰা…