নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছ

চীনৰ হুবেই প্রদেশত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পাছত মাত্র তিনি সপ্তাহতে ২০খন দেশলৈ এই মাৰাত্মক ভাইৰাছ বিয়পি পৰিছে৷ ইতিমধ্যে ৮ হাজাৰ মানুহ এই ৰোগত আক্রান্ত হৈছে আৰু মৃত্যুৰ সংখ্যা ইতিমধ্যে ১৭০ অতিক্রম কৰিছে৷ দ্রুতগতিত বিভিন্ন দেশলৈ ক’ৰোনা ভাইৰাছ…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ কোনো কাৰণে কিবা ভাবৰ উদয় হ’ব পাৰে৷ উপর্যুপৰি চেষ্টাৰ দ্বাৰাও নিৰাশ হোৱাৰ ইয়ো এক কাৰণ হ’ব পাৰে৷ আজি শৰীৰো বৰ উন্নত নাযাব৷ বিদ্যাত অৱশ্যে বাধা কম৷ শুভ ৰং কমলা, শুভ সংখ্যা ৭৷ বৃষঃ সহজাত–সুবুদ্ধি আৰু কার্যদক্ষতা কামত ব্যৱহাৰ কাৰক৷ কিন্তু…

হস্পিটেলিটী পাঠ্যক্রম

সম্প্রতি বিশ্বজুৰি পর্যটন আৰু হোটেল উদ্যোগ দ্রুতগতিত বিকশিত হৈ আছে৷ পর্যটন আৰু হোটেল উদ্যোগক লৈ বিভিন্ন সংস্থাপনৰো সম্ভাৱনা নিত্যনতুন মুকলি হৈ আছে৷ এনে পৰিপ্রেক্ষিতত পর্যটন আৰু হোটেল উদ্যোগৰ বাবে হস্পিটেলিটী পাঠ্যক্রমৰ চাহিদা বৃদ্ধি পাইছে৷…

পৰীক্ষাৰ বতৰ; শিক্ষার্থীসকলে সু–স্বাস্থ্যৰ সাধনা কিদৰে কৰিব

পৰীক্ষাৰ বতৰ সমাগত৷ আমাৰ ছাত্র–ছাত্রীৰ জীৱন গঢ়াৰ বাবে কৃতকার্যতাৰ মূল আধাৰ হৈছে পৰীক্ষা৷ বর্তমান প্রতিযোগিতাৰ যুগ৷ সাম্প্রতিক সময়ত প্রতিযোগিতাৰ দৌৰত সফল হোৱাৰ বাবে পিতৃ–মাতৃসকলে চিন্তা কৰাৰ লগতে শিক্ষার্থীসকলেও জীৱন গঢ়া পৰীক্ষাত ভালদৰে…

নিউট্ৰিচন আৰু ডায়েটিক্স; এটি স্বাস্থ্যসন্মত কেৰিয়াৰ

নিউট্ৰিচন আৰু ডায়েটিক্সৰ পাঠ্যক্রমে কোনো এখন দেশৰ বিভিন্ন স্তৰৰ মানুহৰ মাজত স্বাস্থ্য আৰু পুষ্টিজনিত সমস্যাক আঙুলিয়াই দি এই সমস্যাবোৰৰ বিশদ অধ্যয়ন আৰু পৰিপূৰক প্রভাৱৰ বিশ্লেষণ আগবঢ়ায়৷ সামাজিক, অর্থনৈতিক আৰু বিজ্ঞানসন্মত বা প্রযুক্তিগত…

অসম লোকসেৱা আয়োগৰ অধ্যক্ষ নিযুক্তি

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্তি। প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়া পল্লব ভট্টাচাৰ্যক নিযুক্তি দিয়া হৈছে লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ ৰূপে। আনহাতে প্ৰাক্তন IAS বিষয়া সঞ্জীৱ গোহাঁই বৰুৱা আৰু শিক্ষাবিদ নিৰঞ্জন…

পদুমৰ চিহ্নত টিপিলে দেশৰ সুৰক্ষাত ভোট দিয়া সূচায়

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানে তীব্ৰ ৰূপ ধাৰণ কৰিছে । শুকুৰবাৰে দিল্লীৰ পীতমপুৰা অঞ্চলত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । এই সভাতে তেওঁ কয়- "কা'ৰ বিৰোধ কৰা প্ৰতিজন…

চীনত আবদ্ধ ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিব এয়াৰ ইণ্ডিয়াই

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ আজি এয়াৰ ইণ্ডিয়াই চীনৰ ব্ৰুহান চহৰত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিবলৈ এখন বিশেষ বিমানৰ ব্যৱস্থা কৰিছে । ব্ৰুহান চহৰত মাৰাত্মক ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ পাছতে তাত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকক সুৰক্ষিতভাৱে…

কাইলৈ নহয় নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ ফাঁচি

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ কাইলৈ ফাঁচি নহয় নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ। শনিবাৰে ধাৰ্য কৰা হৈছিল নিৰ্ভয়া কাণ্ডৰ দোষীৰ ফাঁচিৰ দিন। কিন্তু দিল্লী পাটিৱালা হাউচ ক'ৰ্টে পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈ ফাঁচি দিয়া নহয়। দোষী বিনয় শৰ্মাই  দাখিল কৰা…

CAA ক লৈ সংসদত ৰাষ্ট্ৰপতিৰ মন্তব্য: “প্ৰতিবাদৰ নামত হিংসাই দেশক দুৰ্বল কৰে”

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ সংসদৰ যুটীয়া অধিৱেশন সম্বোধন কৰি আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অধিৱেশনৰ প্ৰথম দিনাই নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত মন্তব্য কৰে । ৰাষ্ট্ৰপতিগৰাকীয়ে কয়- প্ৰতিবাদৰ নামত হিংসাই দেশক দুৰ্বল কৰে । লগতে চৰকাৰে কা'…