অৱসৰৰ পিছদিনাই ৰঙিয়াত ৩১জন শিক্ষকক পেন্সন প্রদান
নিয়মীয়া বার্তা, ২ ফেব্রুৱাৰীঃ ৰঙিয়া শিক্ষা খণ্ডৰ অন্তর্গত বিভিন্ন বিদ্যালয়ৰ পৰা শুকুৰবাৰে অৱসৰ গ্রহণ কৰা ৩১গৰাকী শিক্ষকক শনিবাৰে পেন্সন প্রদান কৰাৰ লগতে সম্বর্ধনা জনোৱা হয় ৷ তিনিআলিস্থিত বিদ্যালয়সমূহৰ উপ–পৰিদর্শকৰ কার্যালয়ত প্রথমবাৰৰ বাবে…