নিমাতীঘাটত ব্রিটিছ পর্যটকৰ আকস্মিক মৃত্যু
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ যোৰহাট জিলাৰ নিমাতীঘাটত এজন ইংলেণ্ডৰ পর্যটকৰ মৃত্যু হয় ৷ এলেষ্টেয়াৰ নীল মেকড’নাল্ড নামৰ লোকজন ইংলেণ্ডৰ এটা পর্যটকৰ দলৰ সৈতে অসম ভ্রমণলৈ আহিছিল ৷ চৰাইদেউ নামৰ জাহাজখনেৰে ব্রহ্মপুত্রত ভ্রমণ কৰিছিল দলটোৱে ৷…