সেনাৰ সৈতে গুলীয়াগুলিত ৩ টাকৈ সন্ত্ৰাসবাদীৰ নিহত; বৃহৎ পৰিমাণৰ অস্ত্ৰশস্ত্ৰ উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ জম্মু-কাশ্মীৰত আজি পুৱাৰ ভাগত সেনাৰ সৈতে হোৱা গুলীয়াগুলিত ৩ টাকৈ সন্ত্ৰাসবাদীৰ নিহত হয় । নগৰোটা অঞ্চলত হোৱা এই এনকাউণ্টাৰত সন্ত্ৰাসবাদী কেইটাৰ পৰা নাইট ভাৰচন টেলিস্কোপৰ লগতে লেন্স আৰু বৃহৎ পৰিমাণৰ অস্ত্ৰশস্ত্ৰ…