নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত ভ্ৰমণকালত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দৰ্শন কৰিব সবৰমতী ৰিভাৰফ্ৰণ্ট

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ ফেব্রুৱাৰী মাহত ভাৰত ভ্রমণ কৰিবলগীয়া আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে দর্শন কৰিব গুজৰাটৰ সবৰমতী ৰিভাৰফ্রণ্ট৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী বিজয় ৰূপানিয়ে কালি এই মন্তব্য কৰিছে৷ উত্তৰ দিল্লীৰ শাস্ত্রী নগৰত এখন…

জালত পৰিল ৬ যুৱতী-দুই যুৱক- স্বত্বাধিকাৰ

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ বৰপেটা চহৰৰ মাজমজিয়াত অৱস্থিত হোটেল প্লাজাত বুধবাৰে নিশা আৰক্ষীয়ে আকস্মিকভাৱে অভিযান চলাই দেহ ব্যৱসায়ৰ স’তে জড়িত ছয়গৰাকী যুৱতী, দুজন যুৱক আৰু হোটেলখনৰ স্বত্বাধিকাৰজনক আটক কৰে৷ এক গোপন সূত্রৰ পৰা পোৱা তথ্যৰ…

মুখ্যমন্ত্ৰী সোণাৱালক ধন্যবাদ ৰাইজৰ

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নির্দেশৰ ভিত্তিত প্রশাসনে দিছপুৰৰ ১নং বশিষ্ঠপুৰ বাইলেনৰ অবৈধ বেদখল মুক্ত কৰি পথটো সুচল কৰাৰ বাবে স্থানীয় ৰাইজে মুখ্যমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰিছে৷ এই সম্পর্কে অঞ্চলটোৰ ৰাইজে বিশেষ…

লক্ষ্য পাহাৰৰ বাসিন্দা ঘৰে ঘৰে সংগ্ৰহ ২ হাজাৰ

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ ৰাজ্য চৰকাৰে ভূমিহীন এক লাখ খিলঞ্জীয়া লোকক চলিত বর্ষৰ ভিতৰত মাটি পট্টা প্রদানৰ লক্ষ্য স্থিৰ কৰিছে৷ ইতিমধ্যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে যোৱা ২৮ জানুৱাৰীত মাজুলীত ভূমি আবণ্টন প্রক্রিয়াৰ শুভাৰম্ভ…

ৱেলিংটনত আজি চতুৰ্থ টি-২০

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ তৃতীয় টি–২০ত শ্বাসৰুদ্ধকৰ ছুপাৰ অভাৰত চমকপ্রদ জয়েৰে শৃংখলা জয়ৰ পিছত টীম ইণ্ডিয়াই আজি নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ চতুর্থখন মেচ খেলিব৷ ৱেলিংটনত অনুষ্ঠিত হ’বলগীয়া মেচখনত আত্মবিশ্বাসী ভাৰতে নৱাগত খেলুৱৈসকলক সুযোগ…

অখিল, ধৈৰ্য, বিতুৰ কণ্ঠস্বৰ পৰীক্ষাৰ অনুমতি বিচাৰি নিয়াৰ আবেদন

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ মাওবাদীৰে সম্পর্ক ৰখাৰ অভিযোগত গ্রেপ্তাৰ কৰা কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈ, যুটীয়া সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ আৰু ছাত্র মুক্তি সংগ্রাম সমিতিৰ নেতা বিতু সোণোৱালৰ কণ্ঠস্বৰ পৰীক্ষাৰ অনুমতি বিচাৰিছে…

চিৰাঙৰ বিজনীত পুনৰ টোল গেট মুকলি

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ চিৰাঙৰ বিজনীত পুনৰ মুকলি হ’ল টোল গেট৷ চাৰি শাখাযুক্ত ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত দীর্ঘদিনে বন্ধ দহলাপাৰা টোল গেটখন বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্রী চন্দন ব্রহ্মই৷ ৰাষ্ট্রীয় ঘাইপথ নির্মাণ প্রাধিকাৰীয়ে…

আলফা(স্বাধীন)ৰ সৈতে আলোচনা হওক

এন ডি এফ বিৰ চাৰিওটা বিভাজিত গোটক একেলগে এখন মঞ্চত ডপৱিষ্ট কৰোৱাৰ লগতে বড়ো জনগোষ্ঠীৰ বিভিন্ন সংগ্রামী দল–সংগঠন–মঞ্চ সৈতে মিলি চৰকাৰে সম্পাদন কৰা বি টি আৰ চুক্তিয়ে অসমত স্থায়ী শান্তি প্রতিষ্ঠাৰ ক্ষেত্রত নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে৷ বিশেষকৈ…

লখিমপুৰৰ শিক্ষাবিদ ড০ অমিয়া ৰাজবংশীলৈ ৰাষ্ট্ৰীয় বঁটা

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ বিজ্ঞান আৰু প্রযুক্তি যোগাযোগৰ ক্ষেত্রত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ২০১৯ চনৰ ৰাষ্ট্রীয় বঁটা লাভ কৰিছে বিশিষ্ট শিক্ষাবিদ, গৱেষক, জনপ্রিয় বিজ্ঞান লেখক, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত উপাধ্যক্ষ তথা জিনিয়াছ…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ সাৱধানে দিনটো পাৰ কৰক৷ দৰকাৰী কামত অৱহেলা নকৰিব৷ শৰীৰ বৰ ভালেৰে নাযাব পাৰে৷ বিদ্যাত মজলীয়া ফল৷ খাদ্যাদিত যত্ন লওক৷ প্রেম বিবাদ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১৷ বৃষঃ উন্নত দিনৰ অনুমান৷ যোগাযোগত খুব বেয়া নহ’ব৷ আর্থিকতো বিশেষ কষ্ট নাপাব৷…