নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে কি ব্যৱস্থা লৈছে অসম চৰকাৰে ? ক’লে বিত্তমন্ত্ৰী ড০ শৰ্মাই

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ চীনত ভয়ংকৰ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণ বিশ্বৰ বিভিন্ন দেশলৈ সংক্রমিত হৈছে ৷ লগতে ক’ৰোনা ভাইৰাছৰ সংক্রমণত এতিয়ালৈকে প্ৰায় অৰ্ধ শতাধিক লোকে প্রাণ হেৰুৱাইছে চীনত ৷ পিচে এই মাৰাত্মক ক'ৰোনা ভাইৰাছ সন্দৰ্ভত…

আৱৰ্জনা পেলাই বন্ধ কৰিছে খানা নৈৰ গতি

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবে প্রচণ্ড ভাবুকিৰ সৃষ্টি হৈছে ৰাজ্যৰ একমাত্র পক্ষী অভয়াৰণ্য দীপৰ বিললৈ৷ দীপৰ বিল আৰু ব্রহ্মপুত্র সংযোগী খানা নৈৰ ওপৰত থকা শ্লুইছ গেটৰ সন্মুখত দ’ম বান্ধি থকা…

অষ্ট্ৰেলিয়ান অপেনঃ হালপেক হৰুৱাই ফাইনেলত মুগুৰুজা

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ বছৰটোৰ প্রথমটো সন্মানীয় গ্রেণ্ডশ্লাম অ’ষ্ট্রেলিয়ান অ’পেনৰ খিতাপ জয়ৰ স্বপ্ন ধূলিস্যাৎ হ’ল ছুইজাৰলেণ্ডৰ কিংবদন্তি খেলুৱৈ ৰ’জাৰ ফেডেৰাৰৰ৷ মেলব’নত পূর্ণগতিত চলি থকা গ্রেণ্ডশ্লামখনৰ পুৰুষ ছিংগলছৰ ছেমিফাইনেলত অভিযান…

আজি টাই আহোমসকলৰ মে-ডাম-মে-ফি 

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ আজি মে-ডাম-মে-ফি । আজি টাই আহোমসকলে দেশ-মাটি ৰক্ষাৰ্থে পূৰ্বপুৰুষ সকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত টাই আহোমসকলে উদযাপন কৰিছে মে-ডাম-মে-ফি । ইপিনে চৰাইদেউৰ ময়দানত ৰাজ্য চৰকাৰৰ উদ্যোগত…

টংলাত আজিৰে পৰা চতুৰ্থ কলাগুৰু মহোৎসৱ

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে টংলাত অনুষ্ঠিত হৈছে চতুৰ্থ কলাগুৰু মহোৎসৱ । কলাগুৰু ফাউণ্ডেশ্যনৰ উদ্যোগত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে এই মহোৎসৱ । সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা এই মহোৎসৱত…

বৰঝাৰ বিমান বন্দৰত বিমান উৰণ-অৱতৰণৰ স্বয়ংক্ৰিয় পদ্ধতি প্ৰৱৰ্তন

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত স্থাপন কৰা হয় উত্তৰ–পূবৰ ভিতৰত প্রথমবাৰৰ বাবে Airport Collabarative Decision Making (A-CDM) পদ্ধতি৷ এই পদ্ধতিৰ দ্বাৰা বিমানৰ উৰণ–ৱতৰণ, ৰানৱে’ত…

চতুর্থ টি-২০ ৰ পৰা বাহিৰ অধিনায়ক উইলিয়ামছন

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ আজি নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ চতুর্থখন মেচ খেলিব টীম ইণ্ডিয়াই । ৱেলিংটনত অনুষ্ঠিত হ’বলগীয়া মেচখনত আত্মবিশ্বাসী ভাৰতে নৱাগত খেলুৱৈসকলক সুযোগ দিয়াৰ লক্ষ্য লৈছে৷ অৱশ্যে এই টি-২০ আৰম্ভ হোৱাৰ কেইটামান মুহূৰ্তৰ…

শুৱালকুছিত আজিৰে পৰা সাহিত্য সভাৰ মূল কাৰ্যসূচী

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ বস্ত্ৰ নগৰী শুৱালকুছিত আৰম্ভ হল সাহিত্যৰ মহা উৎসৱ। বৃহস্পতিবাৰে সভাৰ পঞ্চসপ্ততিতম অধিৱেশনৰ গ্ৰন্থ উৎসৱৰ মূল দ্বাৰ উদঘাটন কৰা হয়। অধিৱেশনৰ মূল কার্যসূচীৰ এদিন পূর্বে বৃহস্পতিবাৰে দুপৰীয়া সাহিত্য সভাৰ সভাপতি ড০…

পৰেশ বৰুৱাৰ মন্তব্য বিশ্লেষণ কৰিছে চৰকাৰে

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ এন ডি এফ বিৰ আটাইকেইটা গোটে চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ শান্তি চুক্তি সম্পাদিত কৰাৰ পাছত এতিয়াও সশস্ত্ৰ পন্থা অৱলম্বন কৰি থকা পৰেশ বৰুৱাৰ নেতৃত্বাধীন আলফা(স্বা)কো শান্তি আলোচনালৈ অহাৰ আহ্বান জনাইছে ৰাজ্য চৰকাৰে৷…

আজি তিহাৰ জে’লত ফাঁচিৰ আখৰা পৱন জল্লাদৰ

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ নির্ভয়া গণধর্ষণ আৰু হত্যাকাণ্ডত দোষী সাব্যস্ত হোৱা চাৰিজনকৈ যুৱকক অহা ১ ফেব্রুৱাৰী ফাঁচিৰ দিন নির্ধাৰণ কৰিছে আদালতে৷ তিহাৰ কাৰাগাৰ কর্তৃপক্ষই জনোৱা মতে, এই ফাঁচি কার্য সম্পন্ন কৰাৰ পূর্বে আজি কাৰাগাৰত পৱন জল্লাদৰ…