নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

BS6 Hero Pleasure+ 110 স্কুটি মুকলি; কি কি থাকিব বিশেষ সুবিধা –

নিয়মীয়া বাৰ্তা,৩০ জানুৱাৰীঃ দেশৰ সৰ্ব বৃহৎ দুচকীয়া বাহন নিৰ্মাতা কোম্পানী হিৰো মটৰক'ৰ্পে তেওঁলোকৰ নতুন BS6 প্লীজাৰ প্লাছ ১১০ স্কুটি মুকলি কৰিছে । ইয়াৰ ছেল্ফ ষ্টাৰ্ট ভাৰ্চনটোৰ মূল্য হ'ব ৫৪,৮০০ টকা, বিপৰীতে ছেল্ফ ষ্টাৰ্ট এলয় হোইল ভাৰ্চনটোৰ…

পুনৰ অস্ত্র লোৱাৰ হুংকাৰ ৫ আদিবাসী সংগঠনৰ

নিয়মীয়া বাৰ্তা,৩০ জানুৱাৰীঃ বড়ো নেতৃত্বৰে কেন্দ্র–ৰাজ্য চৰকাৰৰ শান্তি চুক্তিত স্বাক্ষৰ হোৱাৰ পাছতে তৎপৰ হৈ পৰিছে যুদ্ধবিৰতিত থকা পাঁচ আদিবাসী সশস্ত্র সংগঠন৷ অকল তৎপৰ হোৱাই নহয়, শান্তি চুক্তিত স্বাক্ষৰৰ বাবে সংগঠনকেইটাই চৰকাৰক ১৫ দিনৰ…

অসম এৰিব তৃতীয় লিংগৰ ক্ষুব্ধ ন্যায়াধীশ স্বাতী বিধান বৰুৱাই

নিয়মীয়া বাৰ্তা,৩০ জানুৱাৰীঃ শীঘ্রে অসম এৰিব তৃতীয় লিংগৰ লোকসকলৰ অধিকাৰৰ বাবে দীর্ঘদিন ধৰি যুঁজি অহা তথা অসমৰ প্রথমগৰাকী তৃতীয় লিংগৰ ন্যায়াধীশ স্বাতী বিধান বৰুৱাই৷ তেওঁ চৰকাৰক তীব্র সমালোচনা কৰি কয় যে তৃতীয় লিংগৰ প্রতি কেৱল সমাজৰে নহয়,…

৯০জনীয়া সংসাৰঃ বোকাখাতত বটবৃক্ষৰ তলত গোলাপ হাজৰিকাৰ বৃহৎ পৰিয়াল

গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ এখন ইতিহাসপ্রসিদ্ধ গাঁও কয়লাখাতত আছে প্রায় ৪০ বছৰীয়া এজোপা বটবৃক্ষ৷ বোকাখাতক জীপাল কৰি বৈ যোৱা ডিফলু নৈৰ পাৰতে গছজোপা ৰুইছিল কয়লাখাত গাঁৱৰ এটা পৰিয়ালৰ বর্তমানৰ মুৰব্বী ৮৫ বছৰীয়া গোলাপ হাজৰিকাই৷ গছজোপাই বর্তমান…

কৃষকৰ বাবে সুখবৰঃ বিমানেৰে সৰবৰাহ কৰিব পাৰিব কৃষকৰ উৎপাদিত সামগ্রী

নিয়মীয়া বাৰ্তা,৩০ জানুৱাৰীঃ অসমৰ কৃষকৰ বাবে সুখবৰ৷ কৃষকসকলে উৎপাদন কৰা বিভিন্ন সা–সামগ্রী বিভিন্ন ঠাইলৈ অতি সহজে ৰপ্তানি কৰিব পাৰিব৷ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ সমীপত নির্মাণ কৰি থকা কার্গো প্রায় সম্পূর্ণ হোৱাৰ…

৩১ জানুৱাৰীৰ পৰা দুদিনীয়া বেংক ধর্মঘট

নিয়মীয়া বাৰ্তা,৩০ জানুৱাৰীঃ দেশত পুনৰ অচল হৈ পৰিব বেংক সেৱা । বিশেষকৈ বেংকৰ বিষয়া-কৰ্মচাৰীয়ে পাবলগীয়া সংশোধিত দৰমহা দিয়াৰ ক্ষেত্ৰত ইণ্ডিয়ান বেংকছ এছ'চিয়েচনে কৰা অহৈতুক বিলম্বৰ বাবে সৰৱ হৈ পৰিছে বেংক ইউনিয়ন ঐক্য মঞ্চ৷ আই বি এৰ ভূমিকাত…

১৬৫০ এনডিএফবি নেতা-কেডাৰৰ অস্ত্ৰ সম্বৰণ

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ বৃহস্পতিবাৰে এনডিএফবিৰ চাৰিওটা গোটৰ মুঠ ১৬৫০ নেতা আৰু কেডাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰে । এনডিএফবি নেতা ৰঞ্জন দৈমাৰী, গোবিন্দ বসুমতাৰী, ধীৰেন বড়ো আৰু…

পৰেশ বৰুৱাৰ চর্তক গুৰুত্ব চৰকাৰৰ; ৭ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰে আলোচনা কৰিব সোণোৱাল-ড০…

নিয়মীয়া বাৰ্তা,৩০ জানুৱাৰীঃ দীঘলীয়া সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই বড়ো চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত এইবাৰ আলোচনাৰ মেজলৈ অহাৰ ইংগিত দিছে আলফা(স্বাধীন) ই । বিদ্ৰোহী সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সাৰ্বভৌমত্তৰ চৰ্তত আলোচনাৰ বাবে এশ শতাংশই…

অষ্ট্রেলিয়াৰ বিজ্ঞানীৰ পৰীক্ষাগাৰত সৃষ্টি ক’ৰোনা

নিয়মীয়া বাৰ্তা,৩০ জানুৱাৰীঃ চীনৰ বুহানৰ পৰা বিশ্বজুৰি সংক্রমণ ঘটা ক’ৰোনা ভাইৰাছে মাৰাত্মক ৰূপ ধাৰণ কৰাৰ সময়তে অষ্ট্রেলিয়াৰ বিজ্ঞানীয়ে পৰীক্ষাগাৰত সৃষ্টি কৰিছে এই ভাইৰাছ ৷ এই ভাইৰাছৰ জৰিয়তে অষ্ট্রেলিয়াৰ চিকিৎসা বিজ্ঞানীয়ে ভাইৰাছবিধ প্রতিৰোধৰ…

ক’ৰোনা ভাইৰাছক ‘চয়তান’ আখ্যা জিনপিঙৰ

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ চীনৰ পৰা বিশ্বজুৰি বিস্তাৰ ঘটা ক’ৰোনা ভাইৰাছত এতিয়ালৈকে ১৩০গৰাকীতকৈ অধিক লোকৰ মৃত্যু হৈছে ৷ বেইজিঙত চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীৰ সৈতে হোৱা বৈঠকত উল্লেখ কৰিছে যে ভাইৰাছবিধক প্রতিৰোধ…