শিলসাঁকোত খিলঞ্জীয়াক প্রত্যাহ্বান দখলকাৰীৰ
নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ দিনাই সন্দেহযুক্ত লোকে গুৱাহাটীৰ পথৰকোৱাৰীৰ মেগজিনৰ শান্তিনগৰত শিলসাঁকো বিলৰ ভূমি বেদখলক কেন্দ্র কৰি তীব্র উত্তেজনাই বিৰাজ কৰে ৷ আৰক্ষী আৰু শিলসাঁকো সংৰক্ষণ সমিতিয়ে শিলসাঁকো বিলৰ পৰা সন্দেহযুক্ত…