নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ৰে’ল বিভাগত ৪০০ পদ; আবেদন গ্রহণৰ অন্তিম দিন ৬ ফেব্রুৱাৰী

ৰে’লৱে মন্ত্রালয়ৰ অধীনস্থ ৰে’ল কোচ ফেক্টৰীত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি ভাৰতীয় ৰে’লৱে মন্ত্রালয়ৰ তৰফৰ পৰা এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া ট্রেডসমূহ হৈছে–…

মেক্সিকো সীমান্তত হণ্ডুৰাছৰ প্রব্রজনকাৰী

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ প্রব্রজনকাৰীৰ বিৰুদ্ধে আমেৰিকাই কঠোৰ নীতি গ্রহণ কৰা সত্ত্বেও দেশখনত মেক্সিকো সীমান্ত অতিক্রম কৰি হাজাৰ হাজাৰ লোকে প্রৱেশৰ প্রচেষ্টা চলাই আহিছে ৷ শেহতীয়াকৈ হণ্ডুৰাছৰ পৰা অহা কেইবাহাজাৰো লোকে মেক্সিকোৰ ছুচিয়েট…

গুৱাহাটী উচ্চ ন্যায়ালয়ত ৩ পদ খালী; অন্তিম দিন ২৫ জানুৱাৰী

গুৱাহাটী উচ্চ ন্যায়ালয়ত মুকলি হৈছে নিযুক্তিৰ সুযোগ৷ পঞ্জীয়কৰ দ্বাৰা প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি ষ্টেনোগ্রাফাৰ গ্রেড–১ৰ ১টা, ষ্টেনোগ্রাফাৰ গ্রেড–২ৰ ১টা আৰু এটেণ্ডাৰৰ ১টা পদত প্রার্থী নিয়োগ কৰা হ’ব৷ ষ্টেনোগ্রাফাৰ পদৰ বাবে প্রার্থী স্নাতক…

মার্কিন দূতাৱাসৰ সমীপত পৰিল ৩টা ৰকেট

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ ইৰাকৰ ৰাজধানী বাগদাদৰ নিশ্ছিদ্র নিৰাপত্তা বেষ্টনীৰ মাজত থকা গ্রীন জ’নৰ মার্কিন দূতাৱাসৰ সমীপতে তিনিটাকৈ ৰকেট আহি পৰা ঘটনাক লৈ মঙলবাৰে সৃষ্টি হৈছে তীব্র চাঞ্চল্য ৷ নিৰাপত্তা সূত্রই সদৰী কৰা অনুসৰি এই তিনিওটা ৰকেট…

পাটনাৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানত ষ্টাফ নার্ছৰ ২০৬ পদ

কেন্দ্রীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ অধীনৰ এখন স্বতন্ত্র প্রতিষ্ঠান পাটনাৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েঞ্চ অর্থাৎ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ নিযুক্তি সন্দর্ভত প্রতিষ্ঠানখনৰ…

কর্মচাৰী ভৱিষ্যনিধি সংগঠনত ৪২১ পদ; ইউপিএছচিৰ আবেদন আহ্বান

ভাৰত চৰকাৰৰ শ্রম আৰু সংস্থাপন মন্ত্রালয়ৰ অধীনত পৰিচালিত কর্মচাৰী ভৱিষ্যনিধি সংগঠনত খালী হৈছে এনফর্চমেণ্ট অফিচাৰ/একাউণ্টছ অফিচাৰৰ ৪২১ পদ৷ ইয়াৰে এছচিৰ ৬২টা, এছটিৰ ৩৩টা, অ’বিচিৰ ১১৬টা, আর্থিকভাৱে দুর্বল শ্রেণীৰ বাবে ৪২টা আৰু অসংৰক্ষিত শিতানত…

পৰমাণু নিৰস্ত্রীকৰণ চুক্তিৰ পৰা সমর্থন প্রত্যাহাৰ কৰিব ইৰানে

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ ২০১৫ চনৰ পৰমাণু চুক্তি উলংঘা কৰি ইৰানে গণবিধ্বংসী অস্ত্র পৰীক্ষাত হাত দিয়া বুলি অভিযোগ তুলি বিষয়টো ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত উত্থাপনৰ হুংকাৰ দিছে ইউৰোপীয় দেশসমূহে ৷ ইউৰোপীয় দেশ ব্রিটেইন, ফ্রান্স আৰু…

ভাৰতীয় সেনাবাহিনীত ৫৫ পদত মকৰল; ৬ ফেব্রুৱাৰীৰ ভিতৰত আবেদন আহ্বান

প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ ভাৰতীয় সেনাবাহিনীত অচিৰেই পূৰণ কৰা হ’ব ৫৫টা পদ৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি উক্ত খালী পদসমূহ এনচিচি কেডাৰৰ৷ ইয়াৰে ৫০টা পদ পুৰুষৰ আৰু ৫টা মহিলা প্রার্থীৰ বাবে সংৰক্ষিত৷ উক্ত খালী পদসমূহ লেফটেনেণ্ট, কেপ্ঢেইন,…

ডাভোছত পুনৰ মুখামুখি ড’নাল্ড ট্রাম্প–থুনবাৰ্গ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ মুখামুখি হৈছে পুনৰ জলবায়ু আন্দোলনৰ কর্মী ছুইডেনৰ ষোড়শী গ্রেটা থুনবার্গ ৷ জলবায়ু পৰিৱর্তন সন্দর্ভত বিভিন্ন সময়ত বিতর্কিত মন্তব্য আগবঢ়াই অহা ড’নাল্ড ট্রাম্পক ইতিপূর্বে ক্ষুৰধাৰ…

কেজৰিৱালৰ বিৰুদ্ধে ছাভাৰৱালক প্রক্ষেপ কংগ্রেছৰ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ দিল্লী বিধানসভা নির্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনা জামনগৰ হাউছৰ নির্বাচন আয়োগৰ কার্যালয়ত দীর্ঘ সময় প্রতীক্ষা কৰিবলগীয়া হয় মুখ্যমন্ত্রী কেজৰিৱালে ৷ কেজৰিৱালে মনোনয়ন দাখিলৰ বাবে ৪৫ নম্বৰ টোকেন লাভ কৰে ৷ ইয়াৰ বাবে…