নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কানাডাত ৱানঝুৰ প্রত্যর্পণ গোচৰৰ শুনানি

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ চীনৰ বৃহৎ কোম্পানী হুৱাৱেইৰ মুখ্য বিত্তীয় বিষয়া (চিএফ’) মেং ৱানঝুৰ আমেৰিকালৈ প্রত্যর্পণ গোচৰৰ বিচাৰ প্রক্রিয়া আৰম্ভ কৰিছে কানাডাৰ এখন আদালতে ৷ উল্লেখনীয় যে মার্কিন নিষেধাজ্ঞা উলংঘাৰ অভিযোগ অনা হৈছে ৪৭ বছৰীয়া মেং…

আফজলৰ ফাঁচিৰ তদন্ত দাবী আলিয়াৰ মাতৃ ৰাজদানৰ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ বলীউডৰ অভিনেত্রী আলিয়া ভাটৰ মাতৃ ছোনী ৰাজদানে সংসদ ভৱন আক্রমণৰ গোচৰত দোষী সাব্যস্ত হৈ মৃত্যুদণ্ড লাভ কৰা আফজল গুৰুৰ ফাঁচিৰ তদন্ত দাবী কৰা ঘটনাই দেশজুৰি সৃষ্টি কৰিছে চাঞ্চল্য ৷ আফজল গুৰুৰ ফাঁচি ন্যায় ব্যৱস্থাৰ…

নেপালৰ হোটেলত মৃত্যু আঠ ভাৰতীয়ৰ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ ভাৰতৰ কেৰালাৰ পৰা অহা ৮গৰাকী পর্যটক হিমালয়ান ৰাষ্ট্র নেপালৰ হোটেলত মৃত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছে তীব্র চাঞ্চল্য ৷ নেপালৰ মাকৱানপুৰ জিলাৰ পর্যটনক্ষেত্র ডামানৰ হোটেলত উদ্ধাৰ হৈছে এই ভাৰতীয়…

দিছপুৰৰ ডায়েৰী

কোন সেই সৌভাগ্যৱান? যোৱা সপ্তাহত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসম মন্ত্রীসভাৰ সম্প্রসাৰণ ঘটালে৷ বিধায়ক যোগেন মহন আৰু সঞ্জয় কিষাণক মন্ত্রীসভাত অন্তর্ভুক্ত কৰিলে৷ পিছে অসম মন্ত্রীসভাত এতিয়াও এটা মন্ত্রীপদ খালী হৈ আছে৷ কাৰ বাবে…

লক্ষ্য ২০২১ : বোকাখাতৰ পৰাই মিত্রজোঁটৰ নির্বাচনী কুচকাৱাজ

নিয়মীয়া বার্তা, ২২ জানুৱাৰীঃ ৰাজ্যত ‘কা’বিৰোধী আন্দোলন আৰু নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ চলি থকাৰ সময়তে মঙলবাৰে একপ্রকাৰৰ ২০২১ৰ নির্বাচনৰ কাৰণে কঁকালত টঙালি বান্ধিছে বিজেপি নেতৃত্বাধীন মিত্রজোঁটে ৷ অহা ২৪ জানুৱাৰীত বোকাখাতত বিজেপি, অগপ,…

সোণোৱালদেৱে আৰু ডঃ শর্মাদেৱে এইবোৰ কি কৈছে ? কিছুই বুজ্তে পাৰ্ছি না…..

কথাবোৰ দেখোন দিনে দিনে ক্রমাৎ কিবা অদ্ভুততকৈও অদ্ভুত, কিম্ভূততকৈও কিম্ভূত, কৌতূহলোদ্দীপকতকৈও কৌতূহলোদ্দীপক হৈ গৈ আছে যেন অজান দেশত এলিছ্ (এলিছ্ ইন্ ৱাণ্ড্(ৰ্) লেণ্ড্) সন্মুখীন হোৱা কথা–কাণ্ডবোৰৰ দৰে– ‘থিংয্ আ(ৰ্) গে’টিং কিউৰিছা(ৰ্) এণ্ড্…

বহুক পর্যটকৰ বাবে আকর্ষণীয় কৰি তুলিব পাৰে

বর্তমানৰ পৃথিৱীত বিভিন্ন ধৰণৰ উৎসৱ–নুষ্ঠানবোৰ অকল আনন্দ বা বিনোদনকেন্দ্রিক হৈ থকা নাই৷ এইবোৰত সংযোগ কৰা হৈছে ৰাজহ আর্জন কৰিব পৰা নানা উপায়৷ উৎসৱ বা অনুষ্ঠানবোৰৰ মূল আবেদন আৰু সৌন্দর্য অটুট ৰাখি তাৰ শক্তিক আন প্রায়োগিক কামত ব্যৱহাৰ কৰা…

বক্সিঙৰ ব্রঞ্জতে সন্তুষ্ট থাকিল অসমৰ চন্দন নার্জাৰী, গৌৰৱ মজুমদাৰ, সুজুমা বড়ো, মেৰী মৰাণ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ অসমৰ প্রতিভাৱান বক্সাৰ আইকন মিলি, কৰমবীৰ ফ’গাট আৰু প্রান্তজ্যোতিয়ে গুৱাহাটীত চলি থকা তৃতীয় সংস্কৰণৰ খেলো ইণ্ডিয়া য়ুথ গেমছত ৰূপৰ পদক অর্জন কৰিছে৷ পল্টন বজাৰস্থিত ছাই কেন্দ্রত কালি অনুষ্ঠিত ১৭ বছৰ অনূর্ধ্ব…

প্রথম শ্রেণীৰ ক্রিকেটত অসমৰ হৈ সর্বাধিক উইকেট অৰূপৰ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ প্রথম শ্রেণীৰ ক্রিকেটত অসমৰ হৈ সর্বাধিক উইকেট দখল কৰা বলাৰ হিচাপে পৰিগণিত হৈছে বৰপেটাৰ প্রতিভাৱান বেগী বলাৰ অৰূপ দাস৷ বর্ষাপাৰা ষ্টেডিয়ামত মহাৰাষ্ট্রৰ বিৰুদ্ধে খেলি থকা ৰঞ্জি ট্রফীৰ গ্রুপ চিৰ মেচখনৰ মঙলবাৰে…

২৭ জানুৱাৰীত বংগ বিধানসভাত আনিব ‘কা’বিৰোধী প্রস্তাৱ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ ‘কা’ কোনো কাৰণতেই পশ্চিমবংগত বলৱতৰ অনুমতি নিদিয়ে বুলি ৰাজপথত প্রতিবাদ কৰা ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে এইবাৰ ‘কা’বিৰোধী প্রস্তাৱ আনিব বিধানসভাত ৷ ২৭ জানুৱাৰীত বিধানসভাৰ বিশেষ অধিৱেশনত মুখ্যমন্ত্রী…