যিমান ইচ্ছা প্রতিবাদ কৰা : ‘কা’ প্রত্যাহাৰ নকৰে কেন্দ্রই
নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি অব্যাহত থকা প্রতিবাদক প্রত্যাহ্বান জনাই আইনখন প্রত্যাহাৰ নকৰাৰ স্থিতিত অটল কেন্দ্রীয় চৰকাৰ ৷ ইতিপূর্বে বিৰোধী দলসমূহক কটাক্ষ কৰি নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতেই প্রত্যাহাৰ…