নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেজেৰাত যুৱপ্রজন্মক ৰাজনীতিৰ আদিপাঠ দিলে বিজেপিয়ে

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ জালুকবাৰী সমষ্টিৰ অন্তর্গত বেজেৰাৰ এছ আই আৰ ডি প্রেক্ষাগৃহত দেওবাৰে যুৱ সম্পর্ক অভিযান উপলক্ষে বিজেপিৰ এখনসভা অনুষ্ঠিত হয়৷ সভাৰ কার্যসূচীমর্মে পুৱাই স্বামী বিবেকানন্দৰ প্রতিচ্ছবিত মাল্যার্পণৰ পিছতে যুৱ সম্পর্কৰ…

বাংলাদেশ সীমান্তত ৰঙাচকু গৰু ব্যৱসায়ীৰ; ঘপিয়ালে বিএছএফ জোৱানক

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ ধুবুৰী জিলাৰ বাংলাদেশ সীমান্তৱর্তী চৈতনবাৰী বিএছএফ কেম্প এলেকাৰ ফুলকাকাটাত দেওবাৰে পুৱতি নিশা সীমান্ত সুৰক্ষা বাহিনীৰে গৰু সৰবৰাহকাৰীৰ মাজত হোৱা সংঘর্ষত এজন গৰু সৰবৰাহকাৰী নিহত হোৱাৰ লগতে দুজনকৈ বিএছএফ জোৱান আহত…

খেলো ইণ্ডিয়াত ১০ টা পদকৰ আশা অসম বক্সিং সন্থাৰ

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ খেলো ইণ্ডিয়া য়ুথ গেমছত ৰাজ্যৰ বক্সাৰসকলৰ পৰা অতি কমেও ১০ টা পদকৰ আশা কৰিছে অসম এমেচাৰ বক্সিং সন্থাই৷ অহা ১৬ জানুৱাৰীৰ পৰা ছাই চেণ্টাৰত আৰম্ভ হ’বলগীয়া বক্সিং ইভেণ্টৰ প্রস্তুতি সন্দর্ভত সন্থাৰ সম্পাদক হেমন্ত…

মমতা বেনার্জী–ৰাহুল গান্ধীক প্রত্যাহ্বান অমিত শ্বাহৰ

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰাৰ তিনিটা দিনৰ পাছত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দেওবাৰে তৃণমূল কংগ্রেছ আৰু কংগ্রেছক তীব্র সমালোচনা কৰে৷ গৃহমন্ত্রী শ্বাহে ‘কা’ক কেন্দ্র কৰি দেশক বিপথে পৰিচালিত কৰা হ’ব গুৰুতৰ…

তেজপুৰত মৎস্য চিকাৰেৰে ভোগালীৰ আয়োজন

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ উৰুকালৈ মাজত আৰু মাত্ৰ ১ দিন বাকী । ঘৰে ঘৰে গৃহিণীৰ কোমল হাতৰ পৰশত সুস্বাদু পিঠা–লাড়ুৰ অনুপম সম্ভাৰ সাজু হৈ উঠিছে৷ দেওবৰীয়া বজাৰসমূহতো দেখা গ’ল চিৰা–সান্দহ–বৰা চাউল–গুৰ–দৈৰ লগতে কাঠ আলু–মিঠা আলু আদি পৰম্পৰাগত…

লিউকেমিয়াত আক্রান্ত সাগৰে ঘূৰাই পালে নতুন জীৱন-দৃষ্টি

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ এটি কণমানি শিশু । নাম সাগৰ দৰ্জী । পখিলা খেদা বয়সতে দুৰ্ভগীয়া এই কণমানি শিশুটি আক্ৰান্ত হয় এক জটিল ৰোগত । বয়স তেতিয়া ৪ বছৰ । একিউট মায়েলয়ড লিউকেমিয়াত আক্ৰান্ত শিশুটিৰ দুয়োটা চকু সাংঘাতিক ধৰণে ফুলি উঠাৰ লগতে তেজ…

অসমৰ বাবে দ্বিতীয়টো সোণৰ পদক লাভ গংগোত্ৰী বৰদলৈৰ…

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ দেশৰ সহস্রাধিক উদীয়মান খেলুৱৈৰ ক্রীড়া প্রতিভা উদ্ভাসিত হৈছে ‘খেলো ইণ্ডিয়া য়ুথ গেমছ’ত । যুৱ খেলুৱৈৰ প্রতিভা প্রদর্শনৰ উপযুক্ত মঞ্চ খেলো ইণ্ডিয়া য়ুথ গেমছৰ অন্যতম আকর্ষণীয় ইভেণ্ট চাইক্লিং কালিৰে পৰা সোণাপুৰত আৰম্ভ…

চাইক্লিঙত স্বর্ণ জিনিলে পাণ দোকানীৰ পুত্র দীনেশে

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ  যুৱ খেলুৱৈৰ প্রতিভা প্রদর্শনৰ উপযুক্ত মঞ্চ খেলো ইণ্ডিয়া য়ুথ গেমছৰ অন্যতম আকর্ষণীয় ইভেণ্ট চাইক্লিং কালিৰে পৰা সোণাপুৰত আৰম্ভ হৈছে৷ এই ইভেণ্টৰ প্রথম দিনা মহাৰাষ্ট্র, ৰাজস্থান আৰু উৰিষ্যাৰ চাইক্লিষ্টে আধিপত্য…

ৰাজ্যবাসীক বিধে বিধে সুস্বাদু দৈ খুৱাবলৈ সাজু দুগ্ধনগৰী সৰভোগ

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ ভোগালী বিহুক আদৰাৰ বাবে উজনি–নামনি সকলোতে দেখা গৈছে ব্যাপক প্রস্তুতি৷ ভেলাঘৰ আৰু মেজি সজাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে ৰাইজে৷ এইক্ষেত্রত পিছপৰি থকা নাই দুগ্ধনগৰী সৰভোগ৷ গ্রাহকৰ অপেক্ষাত সাজু হৈছে সৰভোগৰ দৈৰ…

দীপিকা পাডুকনঃ প্রশংসা–সমালোচনা–বিতৰ্ক…

এটা শব্দও তেওঁ উচ্চাৰণ নকৰিলে৷ ইয়াৰ প্রয়োজনো নাছিল৷ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত (জে এন ইউ) তেওঁ প্রতিবাদী ছাত্র–ছাত্রীৰ মাজত ভাতৃত্ববোধ প্রদর্শনৰ বাবে উপস্থিত হৈছিল৷ সংহতিৰ বার্তা প্রেৰণ কৰাৰ বাবে তেওঁৰ নীৰৱ উপস্থিতিয়েই আছিল যথেষ্ট৷…