নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰভোগত দিন ডকাইতি

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ সৰভোগৰ চেন্ট্ৰেল বেংকৰ সমুখত দুৰ্বৃত্তই থপিয়াই নিলে ৫ লাখ ৩০ হাজাৰ টকা। হোটেল মৰম তৃষ্ণাত চাহ খাই বাহিৰত খোজ কাঢ়ি যোৱাৰ পথত ওৱাহাব আলীৰ পৰা লুটি নিলে উক্ত টকা খিনি। শিমলুগুৰিৰ বেংক অফ ইণ্ডিয়া শাখাৰ পৰা আজি…

ৰিকী পণ্টিঙৰ মতঃ কোন হ’ব এদিনীয়া শৃংখলাত বিজয়ী

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ মঙলবাৰৰ অনুষ্ঠিত হ'ব ভাৰত আৰু অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ মাজত প্ৰথম খন এদিনীয়া মেচ। তিনি দিৱসীয় এদিনীয়া  শৃংখলাক লৈ প্ৰাক্তন অষ্ট্ৰেলিয়া দলৰ অধিনায়ক তথা দলটোৰ প্ৰশিক্ষক ৰিকী পণ্টিঙে মন্তব্য কৰিছে যে যোৱাটো শৃংখলাত…

অসম বিধান সভাৰ বাহিৰত এআইইউডিএফৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ সোমবাৰে এআইইউডিএফে অসম বিধান সভাৰ বাহিৰত বহি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে । দলটোৰ নেতাসকলে উল্লেখ কৰি কয় যে আজিৰ এই বিশেষ অধিৱেশনত কা'ৰ ওপৰত তেওঁলোকৰ দাবীসমূহ মানি লোৱা নাই । যাৰ বাবে…

বৰফত পিছলি পাকিস্তানৰ সীমাত পৰিলগৈ ভাৰতীয় জোৱান

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ প্ৰৱল তুষাৰপাতে চানি ধৰিছে জম্মু-কাশ্মীৰ । তীব্র তুষাৰপাতৰ বাবে ব্যাহত হৈ পৰিছে সাধাৰণ জীৱনযাত্রাও ৷ কিন্তু ইয়াৰ মাজতে আহিছে এক দুঃসংবাদ । জম্মু-কাশ্মীৰৰ বৰফত পিছলি এজন ভাৰতীয় সেনাবাহিনীৰ জোৱান পাক অধিকৃত…

অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত আজি নতুন দিল্লীত বৈঠক অনুষ্ঠিত

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ আজি নতুন দিল্লীত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ চৰকাৰী আৱাসত অনুষ্ঠিত হয় উক্ত বৈঠক। এই বৈঠকত কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে কিছু পৰামৰ্শ। ১৬জানুৱাৰীত কেন্দ্ৰৰ পৰামৰ্শক লৈ বিশদ…

ক্রিকেটাৰ ঝুলনৰ চৰিত্রত অভিনয় কৰিব নে অনুষ্কাই ?

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ বলীউডৰ মোহময়ী অভিনেত্রী তথা দেশৰ ক্রিকেট দলৰ অধিনায়ক বিৰাট কোহলিৰ পত্নী অনুষ্কা শর্মাই চলচ্চিত্রত ক্রিকেট তাৰকাৰ ভূমিকাত অৱতীর্ণ হোৱাৰ চিন্তাচর্চা চলাইছে৷ ইতিমধ্যে মায়ানগৰী মুম্বাইত অভিনেত্রী তথা প্রযোজিকা…

অসম ভৱন কৰ্তৃপক্ষই বাহিৰ কৰিলে সাংবাদিকক

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ দিল্লীস্থিত অসম ভৱনত সাংবাদিকক প্ৰৱেশত নিষিদ্ধ কৰিলে অসম চৰকাৰে। অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কমিটিৰ ভাষ্য গ্ৰহণ কৰিবলৈ অসম ভৱনত উপস্থিত হৈছিল সাংবাদিক দলটো। কিন্তু ৬নং দফা কমিটীৰ সভাপতি ন্যায়াধীশ বিপ্লৱ কুমাৰ…

কৈশোৰ কালত আত্মহত্যাৰ প্ৰৱণতা

আত্মহত্যা শব্দটোৰ ইংৰাজী প্রতিশব্দ হৈছে'suicide' Suicide শব্দটো লেটিল ভাষাৰ পৰা লোৱা হৈছে, যাৰ অর্থ হৈছে'Self murder'. আত্মহত্যা এক মানসিক ৰোগ৷ আত্মহত্যাৰ ভাব মনলৈ অহা আৰু আত্মহত্যাৰ চেষ্টা কৰা দুয়োটাৰ মাজত পার্থক্য আছে৷ যিসকলে আত্মহত্যা…

আপোনাৰ ইউটেৰাছটো উঠাব লাগিব

ইউটেৰাছ, শব্দটো শুনিলেই কিবা এটা বুজাব নোৱৰা অনুভূতি মনৰ মাজেৰে পাৰ হৈ যায়৷ কিমান এক অসাধাৰণ ঠাই এই জৰায়ুটি– আমি সকলোৱে জীৱনৰ এক জটিল ক্ষণ এই মোনাটিৰ ভিতৰতেই পাৰ কৰি আহিছোঁ৷ সঁচাকৈয়ে, ভাবিলে আচৰিত লগা এই গর্ভাশয়ৰ ভিতৰতেই সৃষ্টি হয়…

চিৰিয়াখানাত লুপ্তপ্রায় হাড়গিলাৰ জন্মক লৈ অনুষ্ঠান

অলপতে অসম ৰাজ্যিক চিৰিয়াখানাত লুপ্তপ্রায় হাড়গিলাই পোৱালি জগোৱা উপলক্ষে দেওবাৰে চিৰিয়াখানাত এক অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বনমন্ত্রী পৰিমল শুক্লবৈদ্য আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গ্রীন অস্কাৰ…