নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দাঁতৰ গুৰিৰ পৰা কিয় তেজ ওলায়

আজি কিছুদিনৰ পৰা পুৱা শোৱাৰ পৰা ডঠিলেই মনটো ভয়, শংকা আৰু ডত্তেজনাৰে ভৰি পৰে অণিমাৰ৷ বিছনাৰ পৰা ডঠি গৈ বাথৰুমত সোমাই বেছিনৰ ওপৰত থকা আইনাৰ সন্মুখত ৰৈ দাঁত–মুখ ধুবলৈ বুলি ষ্টেম্ডৰ পৰা টুছব্রাছডাল হাতত ল’লেই এই ডত্তেজনাই চৰম সীমা পায়গৈ৷ কাৰণটো…

বুটৰ দাইল খাওক, স্বাস্থ্যৱান হওক

কথিত আছে যে ঔৰাংগজেৱে পিতৃ ছাহজাহানক আগ্রা দুর্গত বন্দী কৰি ৰখাৰ সময়ত জীৱনৰ বাকী অৱস্থাত তেওঁক একমাত্র এবিধ খাদ্যহে খাবলৈ দিয়া হৈছিল৷ পিতৃৰ প্রতি ঔৰংগজেৱ কিছু সদয় হৈ তেওঁক সেইবিধ খাদ্য ইচ্ছামতে বাছি ল’বলৈ সুযোগ দিছিল৷ অভিজ্ঞতাপুষ্ট…

উফিৰ সমস্যাৰ প্ৰাকৃতিক বিধান

ডাঃ বন্দনা শৰ্মা উফিৰ সমস্যা আমাৰ বেছিভাগ মানুহেই ভোগা এক সাধাৰণ সমস্যা৷ পুৰুষ আৰু মহিলা উভয়ে এই সমস্যাত ভোগে যদিও পুৰুষসকলৰ মাজত উফিৰ সমস্যা বেছিকৈ হোৱা দেখা যায়৷ আকৌ গ্রীষ্মকালতকৈ শীতকালত উফি বেছিকৈ হয়৷ মূৰৰ ছালখন যেতিয়া শুকান…

নাকৰ যতন

আঙুলিৰে নাক খজুৱাই থকাটো বদ্ অভ্যাস৷ নাকত কাপোৰ, কাগজ বা তেনে কোনো বস্তু সুমুৱাই সুৰসুৰাই দি হাঁচি মাৰিবলৈ চেষ্টা কৰা অনুচিত৷ ধূমপান পৰিহাৰ কৰিব লাগে৷ হাঁচি মাৰিবৰ সময়ত ৰুমালেৰে নাক ঢ়াকি ৰাখিব লাগে৷ খোৱা টেবুলত হাঁচি আহিব খুজিলে পৰাপক্ষত…

কাণৰ যতন

বর্তমান চাৰিওফালৰ পৰিৱেশত যথেষ্ট শব্দ প্রদূষণ বৃদ্ধি পাইছে৷ কল–কাৰখানা, যান–বাহনৰ সংখ্যাও বাঢ়িছে৷ আনহাতে কাণত ইয়েৰ ফোন লগাই উচ্চ স্বৰত সংগীত শুনি থকাৰ প্রৱণতাও বাঢ়িছে৷ এনেবোৰ কাৰণত কাণৰ সূক্ষ্ম শ্রৱণেন্দ্রিয়ৰ ওপৰত বিৰূপ প্রভাৱ পৰাৰ সম্ভাৱনা…

মহানগৰীৰ চৌদিশে চলিছে ভোগালীৰ প্রস্তুতিঃ ভোগৰ সামগ্রীৰে ভৰিছে বজাৰ

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ এটা দিন৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে মহানগৰীৰ প্রান্তে প্রান্তে ভোগালীৰ প্রস্তুতি চলিছে৷ ‘কা’বিৰোধী আন্দোলনৰ মাজতে বাপতি সাহোন ভোগালীক আদৰিবলৈ মহানগৰবাসীয়ে প্রস্তুতি…

গোৰোহা ফটা সমস্যা

গোৰোহা ফটা সমস্যাটো শীতৰ প্রভাৱ৷ অৱশ্যে এই সমস্যাটো বংশগত হোৱাও দেখা যায়৷ গোৰোহা ফটা সমস্যাটো সমাধান কৰিবলৈ নিয়মীয়াকৈ যতন ল’ব লাগে৷ কুহুমীয়া গৰম পানীত নিমখ দি ছেম্পু দি ধুব লাগে৷ ভৰি ধুওঁতে পিউমিচ ষ্টোনেৰে ঘঁহিব লাগে, পিছত তিনি মিনিটৰ ভিতৰত…

মাতৃত্ব লাভ হওক নিৰাপদ আৰু আনন্দদায়ক

ডাঃ নিখিল ৰঞ্জন ৰাজখোৱা   মাতৃত্বই যদি নাৰীক পৰিপূর্ণতা দিয়ে আৰু সফল মাতৃত্বই যদি নাৰীলৈ আনি দিয়ে মহানতা, তেন্তে গর্ভাৱস্থাটো হ’ল এই পৰিপূর্ণতা আৰু মহানতাৰ সুউচ্চ স্তম্ভ সাজিবৰ বাবে কৰিবলগা ভেটি নির্মাণৰ দৰে কার্য৷ সুউচ্চ স্তম্ভ নির্মাণৰ…

এক অনা-অনুভূত ভোক

ডাঃগোলাপ ডেকা  আমাৰ ভোক লাগিলে আমি অনুভৱ কৰোঁ আৰু তেতিয়া আমি আহাৰ খাই পেট ভৰাও৷ এনেদৰেই আমাৰ ভোক বা ক্ষুধা নিবাৰণ কৰোঁ৷ এই ভোক আহাৰৰ গুণাগুণৰ ওপৰত নির্ভৰ নকৰে৷ পেট ভৰাই আহাৰ খালেই আমি সন্তুষ্ট হও৷ কিন্তু আমাৰ আৰু এবিধ ভোক বা ক্ষুধা আছে যাক…

সন্মুখত হেঁপাহৰ ভোগালীঃ ৰন্ধন গেছৰ নাটনিত হাহাকাৰ মহানগৰী

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ অসমবাসীৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ এদিন বাকী৷ ভোগৰ উৎসৱ ভোগালী বিহুক আদৰিবলৈ মহানগৰবাসীয়ে ইতিমধ্যে যাৱতীয় প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে৷ ভোগালী বিহুত লগে ভাগে এসাঁজ খোৱাৰ বাবে বিহুৰ জা–জলপান আৰু…