ছডনী টেষ্টতো ২৭৯ ৰানত পৰাস্ত নিউজিলেণ্ডঃ ৩–০ ত শৃংখলা দখল অষ্ট্রেলিয়াৰ
নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ ছিডনী টেষ্টতো ২৭৯ ৰানত পৰাজয় স্বীকাৰ কৰিলে নিউজিলেণ্ডে৷ ছিডনী টেষ্টত বিজয়ী সূত্রে ঘৰুৱা দল অষ্ট্রেলিয়াই তিনিখনীয়া টেষ্ট মেচৰ শৃংখলাটো ৩–০ৰ ব্যৱধানত হস্তগত কৰে৷
টেষ্টখনত কেংগেৰু বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ৪১৬…