কাশ্মীৰত শ্বহীদ দুজন ভাৰতীয় জোৱান
নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ ইংৰাজী ২০২০ৰ প্রথম দিনটোতেই জম্মু–কাশ্মীৰত শ্বহীদ হ’ল দুজন ভাৰতীয় জোৱান৷ পাক অধিকৃত কাশ্মীৰৰ পৰা এল অ’ চিৰে ভাৰত ভূমিত অনুপ্রৱেশ কৰিবলৈ বিচৰা পাকিস্তানী সন্ত্রাসবাদীৰ সৈতে সংঘর্ষত প্রাণ হেৰুৱায় দুগৰাকী ভাৰতীয়…