ঘন কুঁৱলীৰ বাবে ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা
নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ কুঁৱলীৰ আচ্ছাদনে ধৰালৈ শীত নমোৱাৰ সমান্তৰালকৈ অন্ধকাৰ নমাইছে বহুতৰ জীৱনলৈ ।
বৃহস্পতিবাৰে ঘন কুঁৱলীৰ ফলত কম দৃশ্যমানতাৰ বাবে সংঘটিত হয় বহুকেইটা দুৰ্ঘটনা । ৰাজস্থানৰ ৮ নং ৰাষ্ট্ৰীয় ঘাইপথত দঘেৰা অঞ্চলৰ সমীপত আজি…