২০১৯ ত কন্দুৱালে সেইবাবে নতুন বছৰত কেন্দ্ৰই মজুত ৰাখিব পিঁয়াজ
নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ সমগ্ৰ দেশতে অত্যাৱশ্যকীয় সামগ্রী পিঁয়াজৰ ঊর্ধ্বমুখী দামে সর্বসাধাৰণ ৰাইজক জ্বলাকলা খুওৱাৰ সময়তে আহিছে এক সুখবৰ ।
এক চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি আগন্তুক বৰ্ষত দেশত পিঁয়াজৰ সংকট দূৰ কৰাৰ বাবে কেন্দ্ৰই ১…