নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিটো দিনেই নতুন দিন

                          নতুন বছৰৰ প্রথমটো দিন, এটা নতুন দিন, ইয়াক উদ্যাপন কৰিব লাগে– বহু দিনৰ পৰা চলি অহা এইবোৰ ধাৰণা এতিয়া আৰু সলনি কৰাৰ সময় আহি উপস্থিত হৈছে৷ নতুন দিনৰ উদ্যাপনটো বিভিন্ন ধৰণে কামত অহা, উদ্দীপনামূলক আৰু সংকল্প গ্রহণৰ সময়…

মছজিদ নির্মাণৰ স্থান চিহ্ণিত যোগী চৰকাৰৰ

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ উচ্চতম ন্যায়ালয়ৰ নির্দেশত উত্তৰ প্রদেশ চৰকাৰে অযোধ্যাত মছজিদ নির্মাণৰ বাবে স্থান চিহ্ণিত কৰিছে৷ অযোধ্যাৰ মীর্জাপুৰ, ছামছুদ্দিনপুৰ আৰু চন্দনপুৰত পাঁচটাকৈ স্থান চিহ্ণিত কৰিছে যোগী আদিত্যনাথ চৰকাৰে৷ উল্লেখনীয় যে…

সমুদ্রলৈ নিৰাপদ আশ্রয় বিচাৰি পলায়ন অষ্ট্রেলিয়ানৰ

নিয়মীয়া বাৰ্তা, ১ জানুবাৰীঃ ভয়াৱহ বনজুইৰ কবলত পৰা অষ্ট্রেলিয়াৰ হাজাৰ হাজাৰ লোকে নিৰাপদ আশ্রয়ৰ বাবে পলায়ন কৰিছে সমুদ্রৰ জলৰাশিলৈ ভিক্টোৰিয়াৰ উপকূলীয় চহৰ মাল্লাকুটাত সংঘটিত হৈছে এই ঘটনা৷ চহৰখনত বনজুয়ে অধিকসংখ্যক বাসগৃহ ধ্বংস কৰাৰ পাছতে…

মেকুৰীৰে ভৰি পৰিছে যুদ্ধবিধ্বস্ত ছিৰিয়াৰ চহৰ

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ একালত জনাকীর্ণ চহৰ আছিল ছিৰিয়াৰ কাফাৰ নাবাল৷ গৃহযুদ্ধবিধ্বস্ত চহৰখনত ছিৰিয়ান আৰু ৰুছ বাহিনীৰ ধাৰাবাহিক বোমাবর্ষণ কৰাৰ ফলত গৰিষ্ঠসংখ্যক লোকেই নিৰাপদ স্থানলৈ পলায়ন কৰিছে৷ বিদ্রোহী নিয়ন্ত্রিত চহৰখনত এতিয়া চৌদিশে…

চীনত ধর্মযাজকলৈ ৯ বছৰ কাৰাদণ্ডৰ ৰায়

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ  ধর্মীয় বিশ্বাসৰ বিৰুদ্ধে চীনৰ কট্টৰ কমিউনিষ্ট শাসকৰ কঠোৰ নীতিয়ে বিশ্বজুৰি ক্ষোভৰ সৃষ্টি কৰি অহাৰ সময়তে দেশখনে এগৰাকী ধর্মযাজকক কাৰাদণ্ড বিহিছে৷ দেশৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য দিয়াৰ অভিযোগত দোষী…

নাগৰিকত্ব সন্দর্ভত আইন প্রস্তুতৰ অধিকাৰ নাই বিধানসভাৰঃ আইনমন্ত্রী

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বলৱৎ নকৰাৰ প্রস্তাৱ কেৰালা বিধানসভাই গৃহীত কৰাৰ পিছতেই তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে কেন্দ্রীয় আইনমন্ত্রী ৰবিশংকৰ প্রসাদে৷ নাগৰিকত্ব সংশোধনী আইন প্রত্যাহাৰৰ দাবী জনাই কেৰালা চৰকাৰে প্রস্তাৱ…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ ঘৰুৱাত অস্থিৰতা কিছু পাতলিব৷ নতুন কোনো সংযোগত আহুকাল৷ শৰীৰ মধ্যম৷ আর্থিকত আবেদনকাৰীৰ সুযোগ৷ বিবাহৰ যোগ৷ ১০ শুভ সংখ্যা, হালধীয়া শুভ ৰং৷ বৃষঃ পুৱা দহৰ পৰা শুভ কর্মাদিত আগ নবঢ়াই ভাল৷ আর্থিকত মজলীয়া ফল পাব৷ মাতৃৰ শৰীৰ বৰ ভালেৰে নাযাব৷…

১০২ লাখ কোটিৰ আন্তঃগাঁথনিৰ পৰিকল্পনা ঘোষণা কেন্দ্রীয় বিত্তমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ পৰৱর্তী পাঁচ বছৰৰ বাবে ১০২ লাখ কোটি টকাৰ পৰিকল্পনা প্রকল্প আজি ঘোষণা কৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে৷ ৰাজধানীত আয়োজিত এক সংবাদ মেলত বিত্তমন্ত্রী সীতাৰমণে দেশৰ অর্থনীতি ৫ ত্রিলিয়ন মার্কিন ডলাৰৰ লক্ষ্যত…

স্বাগতম ২০২০ : সংগীত শিল্পীসকলৰ পৰিকল্পনা কি ?

২০২০ ... নতুনক আদৰাৰ বাবে এতিয়া বিদায় দিব লাগিব ২০১৯ ক । মাজত মাত্ৰ কেইটামান ক্ষণ , তাৰ পাচতেই আমি ভৰি দিম ২০২০ ত । নতুন দিনবোৰক লৈ সকলোৰে থাকে পৰিকল্পনা আৰু আশা । অতীতৰ ভেটিৰে ভৱিষ্যতক শক্তিশালী কৰাৰ মানসেৰে সকলোৰে থাকে সপোন । অসমীয়া…

গুগলত ভাৰতৰ কোনকেইজন ব্যক্তি সৰ্বাধিক চৰ্চিত ২০১৯ত

নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ ক্ষন্তেক সময়ৰ পিছত পুৰণি বছৰে বিদায় মাগিব। চলিত বৰ্ষটো বহু লোকৰ বাবে বিশেষ এইবৰ্ষ ৰূপে পৰিচিত হব। যাৰ ভিতৰত ৰাতিৰ ভিতৰত জনপ্ৰিয় হোৱা ৰাণুমণ্ডলো অন্যতম। বিভিন্ন ক্ষেত্ৰত এওঁলোক চৰ্চাত আছিল। বিশ্বৰ বহুলোকক এওঁলোকৰ…