দশকৰ শ্ৰেষ্ঠ টি-২০ দলত কোহলি, বুমৰাহ
নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ ব্রিটেইনৰ প্রখ্যাত আলোচনী উইজডেনৰ দশকৰ শ্রেষ্ঠ টি–২০ দলত স্থান লাভ কৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি আৰু তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহে৷ অৱশ্যে দলটোৰ নেতৃত্বৰ দায়িত্ব লাভ নকৰিলে ভাৰতৰ তাৰকা বেটছমেনগৰাকীয়ে৷…