নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত বর্ষত ছির্ডি সাইবাবা মন্দিৰলৈ ভক্তৰ ২৮৭ কোটি বৰঙণি

নিয়মীয়া বাৰ্তাঃ ৩১ ডিচেম্বৰঃ ছির্ডি সাইবাবা মন্দিৰে চলিত বর্ষটোত লাভ কৰা বৰঙণিয়ে পূর্বৰ অভিলেখ ভংগ কৰিছে৷ ২০১৯ বর্ষটোত এই মন্দিৰটোলৈ ভক্তপ্রাণ ৰাইজে দান হিচাপে আগবঢ়াইছে ২৮৭ কোটি টকা৷ মন্দিৰটোলৈ মানী অর্ডাৰ হিচাপে আহিছে ২ কোটি ১৭ লাখ ৮৩…

থার্টী ফার্ষ্টঃ মহানগৰীত বৃদ্ধি মাছ–মাংসৰ দাম

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ ৰাজ্যৰ লগতে মহানগৰীৰ বজাৰত হঠাৎ নাটনি হৈছে ছাগলীৰ৷ বিশেষকৈ ৩১ ডিচেম্বৰ উপলক্ষে এইবাৰ গুৱাহাটীৰ বজাৰলৈ আমদানি হোৱা নাই প্রয়োজনীয় ছাগলী৷ ফলশ্রুতিত বছৰৰ অন্তিমটো দিনত একেকোবে ছাগলী মাংসৰ মূল্য বৃদ্ধি হৈছে…

আইএছআইৰ ‘হানী ট্রেপ’ৰ ষড়যন্ত্র ভাৰতত

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ হানী ট্র্রেপ’ৰ জৰিয়তে ভাৰতীয় নিৰাপত্তা বাহিনীৰ কর্মীক জালত পেলোৱাৰ ষড়যন্ত্র ৰচিছে পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআয়ে৷ কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ এক সূত্রৰ উদ্ধৃতি দি এই তথ্য সদৰী কৰিছে সংবাদ সংস্থা জি নিউজে৷…

বর্ষটোৰ ১৯খন গ্রন্থ অধ্যয়ন কৰি অভিভূত বাৰাক অ’বামা

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ প্রাক্তন মার্কিন ৰাষ্ট্রপতি বাৰাক অ’বামা এগৰাকী দক্ষ ৰাজনীতিবিদ বা প্রশাসকেই নাছিল৷ অ’বামা এগৰাকী অধ্যৱসায়ী ব্যক্তিও৷ বিশ্বৰ বিভিন্ন গ্রন্থ অধ্যয়ন কৰে নেতাগৰাকীয়ে৷ চলিত বর্ষত অ’বামাই অধ্যয়ন কৰা গ্রন্থসমূহৰ মাজৰ…

নতুন বছৰৰ প্রত্যাশা আৰু বিজেপি

লোকসভা নির্বাচন উকলিবলৈ ছমাহৰো অধিক কাল হ’ল, কিন্তু আজিও বহু কংগ্রেছীয়ে বৰ আক্ষেপেৰে কয়, ‘যদি পুলৱামাত সন্ত্রাসবাদীৰ আক্রমণৰ ঘটনাটো সংঘটিত নহ’লহেঁতেন৷’ অৱশ্যে এই আক্ষেপৰ যুক্তি নথকাও নহয়৷ ২০১৪ চনত যেতিয়া নৰেন্দ্র মোদীয়ে বিৰোধীক একপ্রকাৰ…

সংগ্রাম দীঘলীয়া হ’ব

নাগৰিকত্ব সংশোধনী আইন (কা) বাতিলৰ দাবীত বিগত কুৰিদিন ধৰি উত্তাল হৈ আছে ৰাজ্যখনৰ ব্রহ্মপুত্র উপত্যকাৰ অধিকাংশ অঞ্চল৷ গণহুংকাৰ, বজ্রনিনাদ, গণ সমাৱেশ, জোঁৰ সমদল আদিয়ে সৃষ্টি কৰিছে আন্দোলনমুখৰ পৰিস্থিতি৷ লোকসভা আৰু ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী…

ছোনিয়া গান্ধীয়ে কিয় প্রদান কৰা নাই আনুষ্ঠানিক বিবৃতি

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ জনতা দল (ইউনাইটেড)ৰ উপ–সভাপতি প্রশান্ত কিশোৰে ৰাষ্ট্রীয় নাগৰিকপঞ্জী সন্দর্ভত কংগ্রেছৰ অন্তর্ৱর্তী সভাপতি ছোনিয়া গান্ধী নিমাত থকাক লৈ প্রশ্ণ উত্থাপন কৰিছে৷ এ এন আইৰ সৈতে এক সাক্ষাৎকাৰত প্রশান্ত কিশোৰে কয়– ‘যদি…

২৮,৩২৭ বর্গ কিলোমিটাৰলৈ বৃদ্ধি অসমৰ বনাঞ্চল

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ প্ৰকৃতিপ্ৰেমীসকলৰ বাবে সুখবৰ । অসমত বৃদ্ধি পাইছে বনভূমি । সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰে উন্মোচন কৰা ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপ'ৰ্ট, ২০১৯ শীৰ্ষক প্ৰতিবেদনত উন্মোচিত…

ছ’চিয়েল মিডিয়াত ‘কা’ৰ সমর্থনত প্রচাৰ মোদীৰ

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত নতুন নাগৰিকত্ব সংশোধনী আইনক লৈ প্রতিবাদ অব্যাহত থকাৰ সময়তে আজি এই আইনখনৰ সমর্থনত ছ’চিয়েল মিডিয়াত প্রচাৰ অভিযান আৰম্ভ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ আইনখনক লৈ বিভিন্ন ৰাজহুৱা…

ৰাজ্যৰ আৰক্ষী–প্রশাসনত সালসলনি

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ অসম চৰকাৰে সোমবাৰে ৰাজ্যিক প্রশাসনৰ লগতে আৰক্ষী প্রশাসনত কিছু সালসলনি ঘটাইছে৷ পার্ছনেল বিভাগে এক নির্দেশযোগে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব আৰু অসম প্রশাসনীয় ট্রিবিউনেলৰ অধ্যক্ষ ৰাজীৱ কুমাৰ বৰাক অতিৰিক্তভাৱে বিত্ত,…