নৰৱেৰ মহিলাক ভাৰত ত্যাগ কৰাৰ নিৰ্দেশ
নিয়মীয়া বাৰ্তা ২৮ বাৰ্তাঃ কেৰালাৰ কোচিত নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ বা ‘কা’ৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰাৰ পিছত নতুন দিল্লী প্রশাসনে ভাৰত এৰাৰ নির্দেশ দিছে নৰৱেৰ ৭৪ বছৰীয়া এগৰাকী মহিলাক৷ দুমাহ পূর্বে পর্যটকৰ ভিছা লৈ নৰৱেৰ…