নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা সচিবালয়ত ২১ পদ

যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী আৰু প্রতি মিনিটত ১৬০টা ইংৰাজী/হিন্দী শব্দ ছর্টহেণ্ড কৰিব পৰাকৈ দক্ষ হ’ব লাগিব৷ বয়স সর্বোচ্চ ৪০ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ৫৬,১০০–১,৭৭,৫০০ টকা৷ আবেদনকাৰী এআইচিটিই/এনআইইএলআইটিৰ পৰা প্রশিক্ষণপ্রাপ্ত হোৱাটো বাঞ্ছনীয়৷…

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত ১৭ পদ

দেশৰ আর্থিক নীতি আৰু মুদ্রা মজুত নিয়ন্ত্রণকাৰী বিত্তীয় প্রতিষ্ঠান ৰিজার্ভ বেংক অৱ ইণ্ডিয়াত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি নিযুক্তি বিভাগৰ বিষয়াই এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷…

ইলেক্ট্ৰনিক্স, তথ্য-প্ৰযুক্তি বিভাগত ১৪ পদ

ভাৰত চৰকাৰৰ ইলেক্ট্রনিক্স আৰু তথ্য–প্রযুক্তি মন্ত্রালয়ৰ অধীনস্থ চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিং বিভাগত খালী হৈছে ভিন্ন বর্গৰ ১৪টা পদ৷ প্রতিষ্ঠানটোৰ মানৱ সম্পদ বিভাগৰ বিষয়াই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া…

হিন্দু কলেজত অধ্যাপকৰ ৫১ পদ খালী

দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ হিন্দু কলেজৰ বহুকেইটা বিভাগত খালী হৈছে সহকাৰী অধ্যাপকৰ পদ৷ অধ্যক্ষই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– ব’টানী (৩), কেমেষ্ট্রী (৫), কমার্চ (২), ইক’নমিক্স (১), ইংলিছ (৫),…

ইলেক্ট্ৰনিক্স, তথ্য-প্ৰযুক্তি বিভাগত ১৪ পদ

ভাৰত চৰকাৰৰ ইলেক্ট্রনিক্স আৰু তথ্য–প্রযুক্তি মন্ত্রালয়ৰ অধীনস্থ চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিং বিভাগত খালী হৈছে ভিন্ন বর্গৰ ১৪টা পদ৷ প্রতিষ্ঠানটোৰ মানৱ সম্পদ বিভাগৰ বিষয়াই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া…

জলসিঞ্চন বিভাগত ৬৪৩ পদ

অসম চৰকাৰৰ জলসিঞ্চন বিভাগত খালী হৈছে ভিন্ন বর্গৰ মুঠ ৬৪৩টা পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় মুখ্য অভিযন্তাই এক নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে–…

PEWS গ্ৰুপ অৱ ইনষ্টিটিউটত চাকৰি

নার্ছিং শিক্ষাৰ ক্ষেত্রত অগ্রণী ভূমিকা পালন কৰাPEWS গ্রুপ অৱ ইনষ্টিটিউটত খালী হৈছে হোষ্টেল ছুপাৰিনটেণ্ডেণ্ট আৰু ফ্রণ্ট অফিচ এগজিকিউটিভৰ পদ৷ আবেদনকাৰী ক্রমে স্নাতক ডিগ্রীধাৰী আৰু বাণিজ্যৰ স্নাতকোত্তৰ তথা কম্পিউটাৰৰ জ্ঞান থকাৰ উপৰিও টেলীত কাম…

৩১ ডিচেম্বৰত কৰ্মচাৰী পৰিষদৰ ক’লা দিন

নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ অসমৰ জনসাধাৰণৰ প্রতিবাদক নেওচি কেন্দ্রীয় চৰকাৰে নাগৰিকত্ব (সংশোধনী) আইন শীঘ্রে কার্যকৰী কৰিবলৈ তৎপৰ হোৱা কার্যত তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে সদৌ অসম কর্মচাৰী পৰিষদৰ প্রতিনিধিত্বমূলক সভাই৷ গুৱাহাটীত অনুষ্ঠিত…

মোৰ সংগীত যাত্ৰা এইবাৰ ‘কা’ৰ বিৰুদ্ধে

নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ ‘বিগত পঁচিশ বছৰে মই গীতকেই গাই আহিলোঁ৷ কিন্তু মোৰ এইবাৰৰ সংগীত যাত্রা হ’ব ‘কা’ৰ বিৰুদ্ধে৷’ –এই মন্তব্য অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাজ্যখনৰ শিল্পী সমাজৰ সহযোগত ‘কা’ৰ বিৰুদ্ধে গীত–মাত আৰু নিজস্ব শৈলীৰ ভাষণেৰে বর্তমান…

শ্বহীদ-নিৰ্যাতিতৰ পৰিয়াললৈ শীঘ্ৰেই চৰকাৰী চাকৰি-আৰ্থিক সাহায্য

নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ সদৌ অসম শ্বহীদ–নির্যাতিত পৰিয়াল পৰিষদৰে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ এক আলোচনা অনুষ্ঠিত হৈ যায়৷ আলোচনা কালত পৰিষদৰ প্রতিনিধি দলটোৱে শ্বহীদ আৰু নির্যাতিত পৰিয়ালৰ ৩১০জন সদস্যক শীঘ্রে চৰকাৰী কর্মসংস্থাপন…