নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছৰেও সম্পূর্ণ নহ’ল পদপথৰ নলাৰ নির্মাণ কাৰ্য

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ মহানগৰীৰ খানামুখৰ পৰা জালুকবাৰীলৈ প্রস্তাৱিত পদপথসহ নলা নির্মাণৰ কাম বিগত এবছৰ ধৰি লেহেমীয়া গতিৰে নির্মাণ কৰি থকাৰ বাবে চৰম দুর্ভোগৰ সন্মুখীন হ’ব লগা হৈছে সাধাৰণ নাগৰিকসকল ৷ উল্লেখ্য যে ৰাষ্ট্রীয় ঘাইপথ…

২৯ ডিচেম্বৰত শুৱালকুছিত বিজেপিৰ ‘শান্তি সমদল’

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ দেশত ৰাষ্ট্রীয় নাগৰিকত্ব আইন গৃহিত হোৱাৰ পিছত অসমত সৃষ্টি হোৱা অশান্তি দূৰীকৰণৰ বাবে অসমত এক শান্তি স্থাপনৰ বাবে শাসকীয় দলে অসমৰ বিভিন্ন প্রান্তত উলিয়াব শান্তি সমদল ৷ অহা ২৯ ডিচেম্বৰত শুৱালকুছিতো শাসকীয় দলে…

বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা বলয়গ্ৰাহ সূৰ্যগ্ৰহণৰ বিৰল দৃশ্য-

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ এক মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ল বিশ্ববাসী । বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আকাশতো আজি পুৱাই দৃশ্যমান হ’ল বলয়গ্ৰাস সূৰ্যগ্ৰহণ । বলয়গ্ৰাস সূৰ্যগ্ৰহণৰ কেইখনমান বিশেষ আলোকচিত্ৰ-

ৰঞ্জিৰ পৰা আঁতৰি থাকিল বুমৰাহ

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীৰ হস্তক্ষেপত টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহে বুধবাৰৰ পৰা আৰম্ভ হোৱা ৰঞ্জি ট্রফীৰ মেচখনৰ পৰা আঁতৰি থকাৰ অনুমতি লাভ কৰে৷ আঘাতৰ বাবে ছেপ্টেম্বৰৰ পৰা ভাৰতীয় দলৰ সৈতে নথকা…

বলিং প্রশিক্ষকক দুর্ব্যৱহাৰ বংগ দলৰ পৰা বাদ পৰিল ডিণ্ডা

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ বলিং প্রশিক্ষকক দুর্ব্যৱহাৰ কৰাৰ অভিযোগত বংগ ৰঞ্জি দলৰ পৰা বাদ পৰিছে তাৰকা বেগী বলাৰ অশোক ডিণ্ডা৷ অন্ধ্রৰ বিৰুদ্ধে আজিৰে পৰা আৰম্ভ ৰঞ্জি ট্রফীৰ মেচখনৰ পূর্বে একালৰ আন্তঃৰাষ্ট্রীয় বেগী বলাৰগৰাকীক দলৰ পৰা বাদ দিয়া…

ৰঞ্জি ট্রফীত ধাৱনৰ শতকঃ ব্যর্থ ৰাহানে, পৃথি

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ ৰঞ্জি ট্রফীত প্রথমবাৰৰ বাবে বিপর্যয়ৰ সন্মুখীন হৈছে ৪১বাৰৰ চেম্পিয়ন মুম্বাই৷ ৰে’লৱেৰ বিৰুদ্ধে বুধবাৰৰ পৰা আৰম্ভ হোৱা গ্রুপ ‘চি’ৰ মেচখনত তাৰকাসমৃদ্ধ দলটোৱে ভোজন বিৰতিৰ পূর্বেই মাত্র ১১৪ ৰানত ইনিংছ সামৰে৷ উল্লেখ্য…

আন্তঃৰাষ্ট্রীয় ক্রিকেটত দশকটোত সর্বাধিক উইকেট দখল অশ্বিনৰ

নিউজডেস্ক, ২৬ ডিচেম্বৰঃ আন্তঃৰাষ্ট্রীয় ক্রিকেটত চলিত দশকত সর্বাধিক উইকেট দখল কৰা বলাৰ হিচাপে অভিলেখ ৰচিছে টীম ইণ্ডিয়াৰ তাৰকা অফ স্পীনাৰ ৰবিচন্দ্রন অশ্বিনে৷ এই দশকটোত তেওঁ ক্রিকেটৰ আটাইকেইটা সংস্কৰণ মিলাই মুঠ ৫৬৪টা উইকেট দখল কৰিবলৈ সক্ষম…

মহানগৰীত তীব্ৰ বেগী বাছৰ খুন্দাত নিহত স্কুটী আৰোহী

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ বৃহস্পতিবাৰে পুৱাই মহানগৰীৰ আদাবাৰীত সংঘটিত হ'ল এক ভয়াবহ পথ দুৰ্ঘটনা । তীব্ৰ বেগী ASTC বাছৰ খুন্দাত নিহত এজন স্কুটী আৰোহী । দুৰ্ঘটনাত নিহত হোৱা যুৱকজন গাড়ীগাঁৱৰ ফাৰহান নাদিম। ইপিনে দুৰ্ঘটনা সংঘটিত…

৪ বছৰৰ পিছত পুনৰ ক’টত দেখা যাব ছানিয়া মির্জাক

নিউজডেস্ক, ২৬ ডিচেম্বৰঃ সুদীর্ঘ ৪ বছৰৰ পিছত ভাৰতীয় ফেড কাপ দলটোলৈ উভতিল তাৰকা ডাবলছ খেলুৱৈ ছানিয়া মির্জা৷ ২০১৬ চনত অন্তিমবাৰৰ বাবে ফেড কাপ খেলা ছানিয়াক ফেড কাপৰ বাবে ঘোষিত ভাৰতীয় পাঁচজনীয়া দলটোত অন্তর্ভুক্ত কৰা হৈছে৷ উল্লেখ্য যে ২০১৭…

ঝাৰখণ্ডৰ ৮১ বিধায়কৰ ৪১জনৰ বিৰুদ্ধেই আছে গোচৰ

নিউজডেস্ক, ২৬ ডিচেম্বৰঃ সদ্যসমাপ্ত ঝাৰখণ্ড বিধানসভা নির্বাচনৰ পূর্বে মনোনয়ন–পত্র দাখিলৰ সময়ত দিয়া শপতনামা অনুসৰি ৰাজ্যখনত জয়ী হোৱা ৮১জন বিধায়কৰ বিপৰীতে ৪১জন বিধায়কৰ বিৰুদ্ধে আছে অপৰাধজনিত গোচৰ৷ শাসনলৈ অহা ঝাৰখণ্ড মুক্তি মর্চাৰ নৱনির্বাচিত…