“আছু নহয়, কংগ্রেছীয়ে জ্বলাইছিল মোৰ ঘৰ”-ৰামেশ্বৰ তেলী
নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ "সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত মোৰ ঘৰ জ্বলোৱা লোকসকল কংগ্রেছী আছিল৷ আছুৰ লোক এই কার্যত জড়িত নাছিল৷"- বুধবাৰে তেজপুৰত এই গুৰুত্বপূর্ণ মন্তব্য কৰে কেন্দ্রীয় চৰকাৰৰ খাদ্য প্রস্তুতকৰণ বিভাগৰ…