নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱীৰ সাতটা উচ্চতম শৃংগ আৰোহণৰ লক্ষ্য আছে

সাক্ষাৎ গ্রহণঃ প্রাঞ্জল মহন বৰুৱা নমস্কাৰ, ফুকনদেৱ ৷ প্রথমতে আপোনাৰ এই বৃহৎ সাফল্যৰ বাবে আপোনাক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷ আপোনাৰ জন্ম, শৈশৱ আৰু শিক্ষা জীৱন সম্পর্কে কিছু কথা জনাব নেকি ? ধন্যবাদ প্রাঞ্জল৷ মোৰ জন্ম…

লাখটকীয়াৰ অপহৃত কিশোৰী ধুবুৰীত উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ মহানগৰীৰ লাখটকীয়াৰ পৰা অলপতে অপহৰণ কৰা এগৰাকী কিশোৰীক আৰক্ষীয়ে শনিবাৰে ধুবুৰীৰ পৰা উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে তিনিজন অপহৰণকাৰীক গ্রেপ্তাৰ কৰে ৷ ধৃত অপহৰণকাৰীকেইটা ক্রমে মহিদুল ইছলাম…

মহানগৰ জিলাৰ চৰকাৰী আঁচনি শীঘ্রে ৰূপায়ণৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে শনিবাৰে জিলা উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে মিলিত হৈ বিভাগসমূহৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক…

ৰাণীৰ শুকুৰবেৰীয়াৰে অবাধে চোৰাং কাঠ সৰবৰাহ

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ মহানগৰীৰ সমীপৱর্তী ৰাণী সংৰক্ষিত বনাঞ্চলত চলিছে এতিয়া কাঠ মাফিয়াৰ দপদপনি ৷ ৰাণী বনাঞ্চলিক কার্যালয়ৰ ৰেঞ্জাৰগৰাকীৰ অজ্ঞাতে তলতীয়া বনকর্মীয়ে কাঠ মাফিয়াৰ সৈতে মিতিৰালি পাতি ৰাণীৰ বিভিন্ন পথেৰে মূল্যৱান চোৰাং কাঠ…

এইবাৰ নিতাল পৰিব চানডুবি ! বাতিল হ’ল চানডুবি উৎসৱ

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ অসমৰ অন্যতম পর্যটনক্ষেত্র চানডুবি বিলৰ সেউজ উপত্যকাত পহিলা জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া চানডুবি উৎসৱৰ সমূহ কার্যসূচী বাতিল কৰিছে৷ সম্প্রতি সমগ্র ৰাজ্যজুৰি নাগৰিকত্ব আইনৰ বিৰুদ্ধে গণসংগ্রাম অব্যাহত থকাৰ…

মহানগৰীত বৰদিনক আদৰাৰ ব্যাপক প্রস্তুতি

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ সর্বত্র নাগৰিকত্ব সংশোধনী আইনৰ প্রতিবাদৰ জুই জ্বলি থকাৰ মাজতে পদূলি পালেহি বৰদিন ৷ ‘কা’ বিৰোধী আন্দোলনৰ মাজত খ্রীষ্টান ধর্মাৱলম্বী লোকসকলে হেঁপাহৰ বৰদিনক আদৰিবলৈ ব্যাপক প্রস্তুতি চলাইছে ৷ বৰদিন উপলক্ষে…

হোজাইত সংৰক্ষিত বনাঞ্চলত ২ বন্দুক উদ্ধাৰ

নিয়মীয়া বার্তা, ২২ ডিচেম্বৰঃ হোজাই জিলাৰ দক্ষিণ নগাঁও বন সংমণ্ডলৰ অধীনৰ ডবকা সংৰক্ষিত বনাঞ্চলত শনিবাৰে পুৱতিনিশা বনকর্মীৰ অভিযানত দুটা হস্তনির্মিত বন্দুকসহ গুলী তৈয়াৰ কৰা কিছু সামগ্রী উদ্ধাৰ হয়৷ প্রাপ্ত তথ্য অনুসৰি, হালধিআটী উপ–খণ্ড বন…

নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে সমগ্র দেশজুৰি বিজেপিয়ে চলাব প্রচাৰ

নিউজডেস্ক, ২২ ডিচেম্বৰঃ সমগ্র দেশত সৃষ্টি হোৱা নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী প্রতিবাদৰ পাছত শংকিত হৈ পৰিছে ভাৰতীয় জনতা দল৷ জনসাধাৰণক এই আইনখনৰ বিষয়ে অধিক জনাবৰ বাবে আৰু দেশত চলি থকা হিংসাত্মক প্রতিবাদ স্তিমিত কৰাৰ লক্ষ্যৰে এইবাৰ…

অত্যাধিক চাপৰ সন্মুখীন হৈছে ঋষভ পণ্টঃ ব্রায়ান লাৰা

নিউজডেস্ক, ২২ ডিচেম্বৰঃ টীম ইণ্ডিয়াৰ উদীয়মান তাৰকা ঋষভ পণ্টে আন্তঃৰাষ্ট্রীয় ক্রিকেটত অত্যধিক চাপৰ সন্মুখীন হৈছে৷ ইয়ে তেওঁৰ প্রদর্শনত যথেষ্ট প্রভাৱ পেলাইছে৷ –এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে ৱেষ্ট ইণ্ডিজৰ একালৰ কিংবদন্তি বেটছমেন ব্রায়ান…

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বন্যহস্তীৰ উপদ্ৰৱ

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীয়ে শনিবাৰে নিশা উপদ্ৰৱ চলায় পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত । খেৰণিৰ ২ নং মাজিয়া হাদী অঞ্চলত শতাধিক বনৰীয়া…