২৬ জানুৱাৰীৰ পূৰ্বে অসম ভ্ৰমণ কৰিব সংসদীয় স্থায়ী কমিটীয়ে
নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শেহতীয়া আইন-শৃংখলাজনিত পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সংসদীয় স্থায়ী কমিটী । অকল উদ্বিগ্ন হোৱাই নহয়, সমগ্র বিষয়টোত চৰকাৰৰ ওপৰত কার্যতঃ হস্তক্ষেপ কৰি সংসদীয়…