নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাইজাবাদৰ ‘গুমনামী বাবা’ নাছিল নেতাজী সুভাষ চন্দ্র বসু

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ ৰহস্যজনক গুমনামী বাবা ওৰফে ভগৱানজী দেশৰ স্বাধীনতা সংগ্রামী নেতাজী সুভাষ বসু নাছিল ৷ ইয়াৰ তদন্ত চলোৱা অৱসৰপ্রাপ্ত ন্যায়াধীশ বিষ্ণু সাহাই নেতৃত্বাধীন আয়োগে ঘোষণা কৰিছে এই তথ্য ৷ লক্ষণীয়ভাৱে ইতিমধ্যে গুমনামী বাবা…

মুশ্বাৰফক শাস্তিৰ ৰায় শুনোৱা ন্যায়াধীশ সংকটত

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ পাকিস্তানৰ প্রাক্তন ৰাষ্ট্রপতি পাৰভেজ মুশ্বাৰফৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰা বিশেষ আদালতৰ বিচাৰপতিক মানসিকভাৱে ভাৰসাম্যহীন আখ্যা দি প্রধানমন্ত্রী ইমৰান খানে শীঘ্রে অপসাৰণ কৰাৰ চিন্তা–চর্চা চলাইছে ৷…

জৈৱ–ৰসায়নবিদ মহিলালৈ ‘মিছ আমেৰিকা’ খিতাপ

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ আমেৰিকাৰ জৈৱ–ৰসায়নবিদ ২৪ বছৰীয়া মহিলা এগৰাকীয়ে ২০২০ৰ ‘মিছ আমেৰিকা’ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখনীয় যে প্রতিযোগিতাত এক চলন্ত বিজ্ঞান পৰীক্ষাৰ প্রদর্শনেৰে ৫০গৰাকী মহিলাক পৰাভূত কৰিবলৈ সক্ষম হৈছে কেমিল্লে…

ব্রেক্সিট সম্পন্ন কৰাৰ বাবে সংসদত তৎপৰ জনছন

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ যোৱা ১২ ডিচেম্বৰৰ নির্বাচনত বৃহৎ বিজয়েৰে ইউৰোপীয় সংঘৰ পৰা ব্রিটেইনৰ প্রস্থান অর্থাৎ ব্রেক্সিট প্রক্রিয়াক সম্পন্ন কৰাৰ সুযোগ লাভ কৰিছে ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনে৷ বৰিছ জনছনে বৰদিনৰ সময়তে ব্রেক্সিট সম্পন্ন…

কাশ্মীৰত যুদ্ধৰ বাবে ভাৰতে মজুত কৰিছে ক্ষেপণাস্ত্ৰ

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদলৈ সঘনে ভাৰতৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ অভিযোগ তুলি কেবল পত্র লিখিছে পাক বিদেশমন্ত্রী শ্বাহ মেহমুদ কুৰেশ্বিয়ে ৷ শেহতীয়াকৈ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদলৈ পুনৰ এক…

চৰকাৰে বন্ধ কৰিব ১২৫খন সুৰা বিপণী

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ দেশৰ ৰাজধানী মহানগৰ নতুন দিল্লীত চৰকাৰে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে সুৰা বিক্রীৰ ১২৫খন বিভাগীয় বিপণী ৷ উল্লেখনীয় যে এই বিপণীসমূহত বিভিন্ন সময়ত সংঘটিত হৈ আহিছে অনিয়ম ৷ ৰাজ্যখনৰ উপ–মুখ্যমন্ত্রী মনীষ শিশোদিয়াই উল্লেখ…

বহিঃৰাজ্যৰ গৰম কাপোৰেৰে ভৰিছে মহানগৰীৰ বজাৰ

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীতো ক্রমাৎ শীতৰ প্রকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ শীতৰ সময়ছোৱাত গ্রাহকসকলক আকর্ষিত কৰিবলৈ মহানগৰীৰ বজাৰত বহিঃৰাজ্যৰ পৰা অহা ব্যৱসায়ীসকলে গৰম কাপোৰ লৈ বাহৰ পাতিছে ৷…

নাৰেংগী সেনা ছাউনীত বন্যহস্তীৰ আতংক

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ ৰাজ্যত অব্যাহত আছে হাতী–মানুহৰ সংঘাত ৷ হাতী–মানুহৰ সংঘাতে ক্রমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰাত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্রান্তত কেইবাজনো লোকৰ মৃত্যু হৈছে আৰু আন বহুতো লোক আহত হৈছে ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ…

লক্ষাধিক টকাৰ সা–সম্পত্তিসহ ৮টা বাসগৃহ ভস্মীভূত

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ মহানগৰীৰ পানীখাইতী আৰক্ষী চকীৰ অন্তর্গত বোন্দাৰ আমগাঁৱত শুকুৰবাৰে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ জানিব পৰা মতে, আমগাঁও নিৱাসী বিমলা সিন্হাৰ ভাৰাঘৰত শ্বর্ট চার্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় ৷ জুইৰ লেলিহান…

ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগ

মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে দেশখনৰ হাউছ অৱ ৰিপ্রেজেনটেটিভে মহাভিযোগ অনা ঘটনাই সমগ্র বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছে৷ ৰাষ্ট্রপতি নির্বাচিত হোৱাৰ পূর্বৰে পৰা বিভিন্ন বিতর্কত ট্রাম্প জড়িত হৈ পৰিছিল৷ গোটেই কার্যকালটোতে তেওঁৰ কথা আৰু…