নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায়দৰাবাদ এনকাউণ্টাৰৰ আঁৰৰ মূল নায়ক কোন এই সিংঘম ৰূপি ‘সজ্জনাৰ’ ?

নিয়মীয়া বাৰ্তা ৬ ডিচেম্বৰঃ হায়দৰাবাদৰ জঘন্য ধৰ্ষণ কাণ্ডৰ চাৰিজন অভিযুক্তক আজি পুৱা হায়দৰাবাদ আৰক্ষীয়ে এনকাউণ্টাৰ কৰে । যাৰ ফলত আটাইকেইজনৰ মৃত্যু হয়। এই সংঘৰ্ষৰ পিছতেই এই এনকাউণ্টাৰৰ আঁৰৰ মূল নায়ক তথা চাইবেৰাবাদ আৰক্ষী আয়ুক্ত ভি চি সজ্জনাৰে…

ক্ৰিকেটৰ পথাৰত যাদু ! এখন ৰুমালক লাঠিলৈ ৰূপান্তৰ কৰিলে এজন ব’লাৰে । চাওক এই ভিডিঅ’-

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ' । য'ত বৃহস্পতিবাৰে এজন ব'লাৰে উইকেট দখলৰ পাছত উৎফুল্লিত হৈ পকেটৰ ৰুমালখন যাদুৰ জৰিয়তে পলকতে ৰূপান্তৰ ঘটালে এডাল দীঘল লাঠিলৈ । Kerchief mask celebration✅…

ডাম্পাৰ চালকৰ দৌৰাত্ম্য

নিয়মীয়া বাৰ্তা ৬ ডিচেম্বৰঃ ৰাজ্যত অব্যাহত আছে ডাম্পাৰ চালকৰ দৌৰাত্ম্য। নলবাৰীৰ গণেশমন্দিৰত দ্ৰুতবেগী ডাম্পাৰে প্ৰাণ ল'লে দুজনলোকৰ। নিহত লোকদুজন মিণ্টু কলিতা আৰু জোন আলী বুলি জানিব পৰা গৈছে। আনহাতে সংকটজনক অৱস্থাত এজনক ভৰ্তি কৰোৱা হৈছে…

আজি মুক্তি পালে বহু প্ৰতিক্ষিত ছবি ‘প্ৰতিঘাত’

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ আশাৰ বাৰ্তা কঢ়িয়াই অনা ‘কাঞ্চনজংঘা’, ‘ৰত্নাকৰ’ আৰু 'আমিষ'ৰ পিছত শুকুৰবাৰে মুক্তি লাভ কৰিলে দৰ্শকৰ বহু প্ৰতিক্ষিত ছবি ‘প্ৰতিঘাত’-এ। মুক্তিৰ পূৰ্বেই ইতিমধ্যে চলচ্চিত্ৰ প্ৰেমীৰ মাজত ব্যাপক…

বিদ্যালয়ত শাৰীৰিক শাস্তিৰ প্ৰাসংগিকতা

‘চেকনিৰ আগত বিদ্যা’ বুলি অসমীয়াত এষাৰ আপ্তবাক্য আছিল৷ এতিয়া এই আপ্তবাক্যফাঁকি আওপুৰণি হ’ল৷ সর্বশিক্ষা অভিযান আৰু শিশু শিক্ষাৰ মৌলিক অধিকাৰ–২০০৯ৰ মতে বিদ্যালয় চৌহদৰ ভিতৰত ৬–১৪ বছৰৰ কোনো শিশুকে শাৰীৰিক শাস্তি বা মানসিক নির্যাতন দিব নোৱাৰিব৷…

নীটৰ-২০২০ পঞ্জীয়ন আৰম্ভ

নেচনেল ইলিজিবিলিটী কাম এণ্ড্রেন্স টেষ্ট (NEET) ২০২০ৰ পঞ্জীয়ন ২ ডিচেম্বৰ ২০১৯ৰ পৰা আৰম্ভ কৰা হৈছে৷ নেচনেল টেষ্টিং এজেঞ্চী (এনটিএ)ৰ দ্বাৰা পৰিচালিত এই নীটৰ পৰীক্ষা অহা ৩ মে’ত অনুষ্ঠিত হ’ব৷ সমগ্র দেশজুৰি একে সময়তে অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাৰ…

অসমত বি ভ’ক পাঠ্যক্ৰম

অসমত প্রচলিত শিক্ষা ব্যৱস্থাৰ লগতে এক নতুন সংযোজন হৈছে বৃত্তিমূলক পাঠ্যক্রমৰ শিক্ষা ব্যৱস্থা৷ সাধাৰণ বৃত্তিমূলক শিক্ষা Vocational education) আমাৰ দেশতথা ৰাজ্যত বহু বছৰ আগৰ পৰাই চলি আহিছে যদিও নৱ সংযোজিত এই শিক্ষা ব্যৱস্থাৰ এক উল্লেখযোগ্য…

তেজপুৰ মেডিকেল কলেজ হাস্পতালৰ পৰা সন্ধানহীন প্ৰসূতি

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা চিকিৎসাধীন অৱস্থাত সন্ধানহীন এগৰাকী প্ৰসূতি সন্ধানহীন প্ৰসূতিগৰাকীৰ নাম সাধনা মণ্ডল মঙলবাৰে মহিলাগৰাকীয়ে জন্ম দিছিল এটি সন্তান বৃহস্পতিবাৰৰ পৰা সন্ধান নাই মহিলাগৰাকী…

সকলোৰে বাবে প্ৰতিযোগিতামূলক পৰীক্ষা

আজিৰ পৰা পাঁচ বছৰমানৰ আগতে দেওবাৰ এটাত ছোৱালীজনী পঢ়ি থকা বিদ্যালয়খনলৈ গৈছিলোঁ৷ উদ্দেশ্য আছিল সেইদিনাখন অনুষ্ঠিত হ’বলগীয়া সর্বভাৰতীয় প্রতিযোগিতামূলক পৰীক্ষা এটাত ছোৱালীজনী অৱতীর্ণ হ’বৰ বাবে তাইক থৈ অহাটো৷ সমগ্র অসমৰ বাবে উক্ত বিদ্যালয়খন সেই…

২৭ দিনীয়া দেৱশিশুক হত্যা, শৌচাগাৰত উদ্ধাৰ মৃতদেহ

নিয়মীয়া বাৰ্তা ৬ ডিচেম্বৰঃ এক হৃদয় কঁপি যোৱা ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় জিলাৰ চাউলখোৱাত। মাতৃৰ বুকুৰ পৰা কাঢ়ি নি ২৭ দিনীয়া দেৱশিশুক হত্যা দুৰ্বৃত্তৰ। নিশা মাকৰ লগত শুই থকাৰ অৱস্থাত মাহিৰা বেগম নামৰ শিশুটিক হত্যা কৰি দুৰ্বৃত্তই প্ৰতিবেশীৰ…