নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ ক’ত ওলাইছে নাহৰফুটুকী ?

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ জালুকবাৰীৰ AECত পুৱতিনিশা নাহৰফুটুকীৰ আতংক। বাঘৰ আক্ৰমণত আহত চিভিল ইঞ্জিনিয়াৰিঙৰ তৃতীয় ষান্মাসিকৰ দেৱব্ৰত চুতীয়া নামৰ ছাত্ৰজন। সম্প্ৰতি চিৎকিসাধীন অৱস্থাত আছে ছাত্ৰজন। আনহাতে আক্ৰমণ কৰা বাঘটোক স্থানীয় ৰাইজে…

উৎকোচ লৈ জালত APDCLৰ শীৰ্ষ বিষয়া

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ তেজপুৰত উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ APDCLৰ শীৰ্ষ বিষয়া। দিগন্ত গোস্বামী নামৰ এজন ঠিকাদাৰৰ পৰা ৮০ হাজাৰ টকা উৎকোচ লওঁতেই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে প্ৰকাশ ৰঞ্জন দত্ত নামৰ বিষয়াজনক। মিছন চাৰিআলিৰ এখন…

কেব সম্পৰ্কীয় সংগ্ৰামৰ নামত শৃংখলা সহ্য নকৰোঁ

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ নাগৰিকত্ব (সংশোধনী) বিধেয়কবিৰোধী আন্দোলনৰ নামত বৰপেটা জিলাত কোনোধৰণৰ অশান্তি বা বেআইনী কার্যকলাপ সহ্য কৰা নহ’ব বুলি জিলা উপায়ুক্ত মুনীন্দ্র শর্মাই স্পষ্ট কৰি দিছে৷ শুকুৰবাৰে জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত…

মহানগৰীৰ ক’ত হ’ব নতুন ফ্লাই অ’ভাৰ ?

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ মহানগৰীত দৈনিক বৃদ্ধি পোৱা যানযঁটৰ সমস্যা ৰোধ কৰাৰ বাবে নতুনকৈ নিৰ্মাণ হ'ব দুখনকৈ ফ্লাই অ'ভাৰ। মহানগৰীৰ চুপাৰ মাৰ্কেট আৰু মালিগাঁৱত নিৰ্মাণ হ'ব ফ্লাই অ'ভাৰ দুখন। দেওবাৰে চুপাৰ মাৰ্কেটত নতুনকৈ নিৰ্মাণ হ'বলগীয়া এখন…

সম্পদ-সম্ভাৱনাক গুৰুত্ব দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ ঐতিহাসিক বড়ো চুক্তিৰ আধাৰত স্থাপিত কেন্দ্রীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান চমুকৈ চিআইটিৰ ১৪ সংখ্যক প্রতিষ্ঠা দিৱসৰ কার্যসূচীত অংশ লৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে শিক্ষানুষ্ঠানখনৰ চতুর্থ প্রশাসনিক ভৱনৰ আধাৰশিলা…

মৃত্যুৰ ওচৰত হাৰ মানিলে উন্নাও ধৰ্ষণৰ ভুক্তভোগীয়ে

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ মৃত্যুৰ ওচৰত হাৰ মানিলে আন এগৰাকী নিৰ্ভয়াই । দুদিন পূৰ্বে দিল্লীৰ চফৰজঙ্গ হাস্পতালত ভৰ্তি কৰোৱা পাচত শুকুৰবাৰে নিশা প্ৰায় ১১.৪০ মান বজাত মৃত্যুক আঁকোৱালি লয় উন্নাও ধৰ্ষণকাণ্ডৰ ভুক্তভোগীয়ে । উল্লেখ্য যে, প্ৰায় এটা…

অষ্ট্ৰেলিয়াত ভাৰতৰ দিবা-নৈশ টেষ্ট

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ ২০২১ত বিশ্বৰ ক্রিকেটপ্রেমীয়ে দুই শক্তিশালী দল ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত দুখন দিবা–নৈশ টেষ্ট মেচৰ পূর্ণাংগ শৃংখলা দেখিবলৈ পোৱাৰ সম্ভাৱনা প্রকট হৈছে৷ ক্রিকেট অষ্ট্রেলিয়াৰ পৰিকল্পনা সঠিক দিশত আগবাঢ়িলে এয়া হ’ব…

জয়ৰ সন্ধানত নৰ্থ ইষ্ট ইউনাইটেড

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত আই এছ এলত জয়ৰ লক্ষ্যৰে আজি পুনৰ খেলপথাৰত নামিব৷ ছখন মেচ খেলাৰ পিছতো অপৰাজেয় হৈ থকা দলটোৱে আজি সৰুসজাই এথলেটিক ষ্টেডিয়ামত কলকাতাৰ এ টি কে এফ চিৰ মুখামুখি হ’ব৷ উল্লেখ্য যে নর্থ ইষ্ট…

আজিৰ দিনটো

আজি অসমীয়া তাৰিখ অনুসৰি ২০ আঘোণ, ১৯৪১ শক আজি ইংৰাজী তাৰিখ অনুসৰি ৭ ডিচেম্বৰ, ২০১৯ চন ১৮৫৬ত দেশত বিধৱা বিবাহ প্ৰচলন ১৯৩২ত সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞিৰ জন্ম ১৮৯৮ ত কবি-নাট্যকাৰ প্ৰসন্নলাল চৌধুৰীৰ জন্ম ১৯৭২ত কুৰি…

আজি ৮৮ বছৰত ভৰি দিলে কথাশিল্পী হোমেন বৰগোহাঞিয়ে

নিয়মীয়া বাৰ্তা,৭ ডিচেম্বৰঃ বিশিষ্ট কথাশিল্পী, লেখক, চিন্তাবিদ, সম্পাদক হোমেন বৰগোহাঞিয়ে আজি ভৰি দিলে ৮৮ বছৰ বয়সত । ছাত্ৰাৱস্থাতে সৃষ্টিশীল ৰচনাৰে অসমীয়া সাহিত্যত সবল আত্মপ্ৰকাশ কৰা বৰগোহাঞিয়ে উচ্চপদস্থ চৰকাৰী চাকৰি ত্যাগ কৰি আৰম্ভ কৰা…