নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“প্রতিবাদকাৰীৰ অধিকাৰক সন্মান জনাওক” -নতুন দিল্লী প্রশাসনক আমেৰিকাৰ আহ্বান

নিউজডেস্ক, ১৮ ডিচেম্বৰঃ ভাৰতত নাগৰিকত্ব (সংশোধনী) আইনক কেন্দ্র কৰি উত্তাল পৰিস্থিতি অব্যাহত থকাৰ সময়তে আমেৰিকাই মোদী চৰকাৰক প্রতিবাদী জনসাধাৰণক সুৰক্ষা আৰু সন্মান প্রদান কৰিবলৈ আহ্বান জনাইছে ৷ নাগৰিকত্ব (সংশোধনী) আইন অথবা ‘কা’ৰ বিৰুদ্ধে…

ফাঁচীবজাৰত কেইবামহলীয়া অবৈধ অট্টালিকা নির্মাণ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰত পৌৰ নিগমৰ নীতি–নির্দেশনা উলংঘাৰে মেছার্ছ এ কে কনষ্ট্রাকচনে অবৈধ অট্টালিকা নির্মাণ কৰাৰ বাতৰি নিয়মীয়া বার্তাত প্রকাশ পোৱাৰ পিছতে পৌৰ নিগমৰ ভিতৰচ’ৰাত তীব্র জোকাৰণিৰ সৃষ্টি হৈছে৷ জি এম…

ব্রাহ্মোছ ছুপাৰছ’নিক ক্ষেপণাস্ত্রৰ পৰীক্ষা ভাৰতৰ

নিউজডেস্ক, ১৮ ডিচেম্বৰঃ ভাৰতে মঙলবাৰে পৃষ্ঠভূমিৰ পৰা পৃষ্ঠভূমিলৈ নিক্ষেপ কৰিব পৰা ছুপাৰছ’নিক ক্রুইজ ক্ষেপণাস্ত্র ব্রাহ্মোছৰ সফল পৰীক্ষা সম্পন্ন কৰিছে ৷ প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডি’)ৰ সূত্রই সংবাদ মাধ্যমক জনাইছে এই তথ্য ৷…

আবকাৰীৰ অভিযানত ৫ লক্ষাধিক টকাৰ সুৰা জব্দ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন প্রত্যাহাৰৰ দাবীত চলা আন্দোলনৰ পৰিপ্রেক্ষিতত সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ১১ ডিচেম্বৰৰ পৰা বন্ধ আছিল সুৰাৰ বিপণী ৷ গুৱাহাটী মহানগৰীত মঙলবাৰৰ পৰা সান্ধ্য আইন প্রত্যাহাৰ কৰাত সুৰাৰ…

লিংগ ব্যৱধান সূচকাংকত ১১২ লৈ অৱনমিত ভাৰত

নিউজডেস্ক, ১৮ ডিচেম্বৰঃ লিংগ ব্যৱধান সূচাংকত ভাৰতৰ স্থান পুনৰ অৱনমিত হৈছে ৷ বিশ্ব অর্থনৈতিক ফ’ৰাম (ডব্লিউইএফ)ৰ তৰফৰ পৰা প্রকাশ কৰা লিংগ ব্যৱধান প্রতিবেদনত ভাৰত পূর্বৰ বছৰটোৰ ১০৮ সংখ্যক স্থানৰ পৰা ১১২ স্থানলৈ অৱনমিত হৈছে ৷ উল্লেখনীয় যে চীন,…

গুৱাহাটী মহানগৰীত সান্ধ্য আইন প্রত্যাহাৰ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা) প্রত্যাহাৰৰ দাবীত যোৱা ৯ ডিচেম্বৰৰ পৰা আইন–শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটিছে ৷ যোৱা ১১ ডিচেম্বৰত আইন–শৃংখলাজনিত পৰিস্থিতিৰ অধিক অৱনতি ঘটাত পৰিস্থিতি নিয়ন্ত্রণৰ বাবে গৃহ বিভাগে গুৱাহাটী…

অস্কাৰৰ দৌৰৰ পৰা বাহিৰ বলীউডৰ ‘গাল্লী বয়’

নতুন দিল্লী, ১৮ ডিচেম্বৰঃ অস্কাৰৰ দৌৰৰ পৰা বাহিৰ হৈছে ৰণবীৰ সিং আৰু আলিয়া ভাটে মুখ্য চৰিত্রত অভিনয় কৰা ভাৰতীয় ছবি ‘গাল্লী বয়’ ৷ চলিত বর্ষত আন্তর্জাতিক শ্রেষ্ঠ ছবি শিতানত গাল্লী বয়ে মনোনয়ন লাভ কৰিছিল যদিও শেষ মুহূর্তত অকাডেমি অৱ ম’চন পিক্ছাৰ…

আন্দোলনৰ গইনা লৈ খোৱাপানীৰ দাম বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন ২০১৯ বিৰোধী আন্দোলনৰ সুযোগ গ্রহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে মহানাগৰিকক মাধমাৰ শোধাইছে ৷ কেৱল চাউল–দাইল, কণী, পাচলি আৰু অন্যান্য সামগ্রীয়েই নহয়, এইবাৰ খোৱাপানীৰ ক্ষেত্রতো ব্যৱসায়ীসকলে…

CAAৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্ৱপূৰ্ণ নিৰ্দেশ

CAAৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্ৱপূৰ্ণ নিৰ্দেশ ২২জানুৱাৰী পৰ্যন্ত কাৰ্যকৰী নহ'ব CAA আইন CAAৰ সন্দৰ্ভত ২২ জানুৱাৰীত হৱ পৰৱৰ্তী শুনানি উত্তৰ-পূবৰ মুঠ ১৮ খন আৱেদনৰ শুনানি গ্ৰহণ কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী…

উচ্চতম ন্যায়ালয়ত আইনজীৱীৰ বেশত তৰুণ গগৈ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আইনজীৱীৰ বেশত যুঁজ দিব প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে ৷ আইনজীৱীৰ বেশত উচ্চতম ন্যায়ালয়ত থিয় দিয়াৰ বাবে গগৈয়ে নতুনকৈ উকীলৰ পোছাকো ক্রয় কৰিছে ৷ মঙলবাৰে এখন…