নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকীয় উষ্ণতাৰ সংশয়

স্পেইনৰ মাদ্রিদ চহৰত শেহতীয়াকৈ অনুষ্ঠিত হৈ গ’ল জলবায়ু সন্মিলন৷ চিলিত এই সন্মিলন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও দেশখনত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ বাবেই স্পেইনত আয়োজন কৰা হয় গুৰুত্বপূর্ণ সন্মিলনখনৰ৷ কিন্তু পূর্বৰ দৰে এইবাৰো এই সন্মিলনত সহমতত…

জেক কালিছক দক্ষিণ আফ্রিকা ক্রিকেট দলৰ বেটিং প্রশিক্ষক ৰূপে নিযুক্তি

কিংবদন্তি অলৰাউণ্ডাৰ জেক কালিছক দক্ষিণ আফ্রিকা ক্রিকেট দলটোৰ বেটিং প্রশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ৷ সমগ্র ঘৰুৱা গ্রীষ্ম ছিজনটোত কালিছে দক্ষিণ আফ্রিকা দলটোৰ বেটিং প্রশিক্ষকৰ দায়িত্বত থাকিব বুলি ক্রিকেট ছাউথ আফ্রিকাৰ এক বিবৃতিত এই কথা…

খেলো ইণ্ডিয়াৰ অংশগ্রহণকাৰী দলৰ মুৰব্বীৰে আলোচনা

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ গুৱাহাটীত ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া খেলো ইণ্ডিয়া–২০২০ত অংশগ্রহণ কৰিবলগীয়া ৩৭খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ দলৰ মুৰব্বীসকলৰ সৈতে আয়োজকসকলে বুধবাৰে এক আলোচনাত মিলিত হয় ৷ অসম প্রশাসনীয় পদাধিকাৰী…

IPL-২০২০ঃ কলকাতাত আজি খেলুৱৈৰ নিলাম

নিউজডেস্ক, ১৯ ডিচেম্বৰঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণৰ খেলুৱৈৰ নিলাম অনুষ্ঠানটো আজি কলকাতাত অনুষ্ঠিত হ’ব ৷ অহা বর্ষত হ’বলগীয়া প্রতিযোগিতাখনৰ এই নিলামত সমগ্র বিশ্বৰ…

গুৱাহাটীত নর্থ ইষ্টক হৰুৱাই শীর্ষত বাংগালুৰু

নিউজডেস্ক, ১৯ ডিচেম্বৰঃ ঘৰুৱা দল নর্থ ইষ্ট ইউনাইটেড এফ চিক পৰাস্ত কৰি ইণ্ডিয়ান ছুপাৰ লীগৰ পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হ’ল বাংগালুৰু এফ চি ৷ বুধবাৰে গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত…

ৰোহিত, ৰাহুলৰ শতক-কুলদীপৰ হেটট্রিকেৰে বৃহৎ জয় ভাৰতৰ

নিউজডেস্ক, ১৯ ডিচেম্বৰঃ অ’পেনাৰদ্বয় ৰোহিত শর্মা আৰু লোকেশ ৰাহুলৰ দুর্দান্ত শতক তথা স্পীনাৰ কুলদীপ যাদৱৰ হেটট্রিকৰ সহায়ত টীম ইণ্ডিয়াই দ্বিতীয়খন এদিনীয়াত ৱেষ্ট ইণ্ডিজক ১০৭ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে ৷ এই জয়েৰে তিনিখনীয়া এদিনীয়া মেচৰ…

পাঁচ আন্দোলনকাৰীৰ মৃত্যুঃ নিজাববীয়াকৈ গোচৰ ৰুজু মানৱ অধিকাৰ আয়োগৰ

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে হোৱা আন্দোলনত ৫ জন লোক নিহত হোৱাৰ লগতে ২৭ জন লোক আহত হোৱা সন্দর্ভত নিজাববীয়া গোচৰ ৰুজু কৰিছে অসম মানৱ অধিকাৰ আয়োগে ৷ সংবাদ মাধ্যমত প্রকাশিত বাতৰিৰ ভিত্তিত ২৭১৯/১৯–২০ নম্বৰৰ…

সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হোৱাৰ পিছত কি ক’লে ড০ জয়শ্রী গোস্বামী মহন্তই ?

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ চলিত বৰ্ষৰ সন্মানীয় সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হ'ল ৰাজ্যৰ দুগৰাকী বিশিষ্ট কবি-সাহিত্যিকক । সাহিত্যিক ড০ জয়শ্রী গোস্বামী মহন্ত আৰু কবি ড০ ফুকন বসুমতাৰীলৈ সাহিত্য অকাডেমিয়ে আগবঢ়াইছে এই সন্মান । ইপিনে এই…

ড০ ফুকন বসুমতাৰী–জয়শ্রী গোস্বামী মহন্তলৈ সাহিত্য অকাডেমি বঁটা; মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ চলিত বৰ্ষৰ সন্মানীয় সাহিত্য অকাডেমি বঁটা ক্ৰমে ড০ ফুকন বসুমতাৰী–জয়শ্রী গোস্বামী মহন্তলৈ আগবঢ়োৱা হৈছে । 'চাণক্য' নামৰ উপন্যাসখনৰ বাবে ড০ জয়শ্রী গোস্বামী মহন্ত আৰু ‘আখাই আথুমনিফ্রাই’ নামৰ বড়ো কবিতা পুথিৰ বাবে…

অনিৰ্দিষ্টকাললৈ পিছুৱালে গুৱাহাটী গ্ৰন্থমেলা

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ অসম প্ৰকাশন পৰিষদৰ উদ্যাগত ২৮ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা-২০১৯ অনিবাৰ্য কাৰণবশতঃ অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে । অসমৰ লগতে বহিঃৰাজ্যৰ শতাধিক প্ৰকাশন গোষ্ঠী আৰু বিক্ৰেতাই এই…