নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিংসাত্মক প্ৰতিবাদত জড়িত যুৱ কংগ্ৰেছৰ সভাপতি

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ গুৱাহাটীত সংঘটিত হিংসাত্মক প্ৰতিবাদৰ আঁৰত কংগ্ৰেছ জড়িত , ভিডিঅ' প্ৰমাণসহ কংগ্ৰেছীয়ে সংঘটিত কৰা এই হিংসাত্মক কাৰ্য তুলি ধৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মঙলবাৰে জনতা…

পৰৱৰ্তী সেনা প্ৰধান মনোজ মুকুন্দ নৰৱানে কোন ? জানো আহক –

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ বিপিন ৰাৱটৰ পিছত লেঃ জেনেৰেল মনোজ মুকুন্দ নৰৱানেক ভাৰতীয় সেনাৰ মুৰব্বী হিচাপে নিয়োগ কৰা হ’ব। এইগৰাকী সুদক্ষ সেনাবিষয়াৰ বিষয়ে থোৰতে জানো আঁহক - ৫৯ বছৰীয়া নৰৱানেক চীন সম্পৰ্কত বিশেষজ্ঞ বুলি জনা যায় । তেওঁ…

পাৰভেজ মুছাৰফক মৃত্যুদণ্ডৰ ৰায়দান

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফক মৃত্যুদণ্ডৰ ৰায়দান। ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত এই ৰায়দান লাহোৰ হাইক'ৰ্টৰ ৩জনীয়া বিশেষ বিচাৰপীঠৰ। ২০০৭চনৰ ৩ নবেম্বৰত দেশত জৰুৰী অৱস্থা ঘোষণা কৰাৰ অপৰাধত মুছাৰফৰ বিৰুদ্ধে…

মুখ্যমন্ত্ৰীৰ জৰুৰী নিৰ্দেশঃ ছমাহত ৫৬ হাজাৰ খালী পদত নিযুক্তি

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ৰাজ্য চৰকাৰে শীঘ্ৰে শিক্ষককে ধৰি বিভিন্ন বিভাগত খালী হৈ থকা ৫৬ হাজাৰ বিভিন্ন পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব । সোমবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এক…

ইণ্টাৰনেট সেৱা বন্ধ : গুৱাহাটীত কেব চালকৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ইণ্টাৰনেট সেৱা বন্ধক কেন্দ্র কৰি মহানগৰীৰ অনলাইন ব্যৱসায়–প্রতিষ্ঠান তথা বেংকিং খণ্ডত একপ্রকাৰ অচল অৱস্থাৰ সৃষ্টি হৈছে ৷ ৰাজ্যৰ আইন–শৃংখলাজনিত পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি জিলা প্রশাসনে অনির্দিষ্ট কাললৈ ইণ্টাৰনেট…

“বিৰাট কোহলি ক্রিকেটৰ ৰ’নাল্ডো”- ব্রায়ান লাৰা

নিউজডেস্ক, ১৭ ডিচেম্বৰঃ টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিক ফুটবলৰ ছুপাৰ ষ্টাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ সৈতে তুলনা কৰিছে ৱেষ্ট ইণ্ডিজৰ একালৰ মহান বেটছমেন ব্রায়ান লাৰাই ৷ পি টি আইৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত প্রাক্তন ক্রিকেটাৰগৰাকীয়ে কয়…

শান্তি আলোচনালৈ উত্তৰ কোৰিয়াক আমন্ত্রণ আমেৰিকাৰ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ভিয়েটনামত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সৈতে উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনৰ বৈঠক ব্যর্থ হোৱাৰ পাছৰে পৰা উত্তৰ কোৰিয়া চৰকাৰে সঘনে অস্ত্রৰ পৰীক্ষা চলাই আহিছে ৷ শেহতীয়াকৈ দেশখনে গুৰুত্বপূর্ণ অস্ত্রৰ…

আঠ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্রেৰণ অভিনেত্রী পায়েলক

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ নেহৰু–গান্ধী পৰিয়ালৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াৰ বিতর্কিত মন্তব্যৰে বিভিন্ন মহলত সমালোচনাৰ সন্মুখীন হোৱা অভিনেত্রী পায়েল ৰ’হাট্গীক আঠ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্রেৰণ কৰা হৈছে ৷ ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা প্রায়…

ৰঞ্জি ট্রফীঃ আজিৰে পৰা অসম–ঝাৰখণ্ডৰ মেচ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ৰঞ্জি ট্রফী ক্রিকেট প্রতিযোগিতাত মঙলবাৰৰ পৰা দ্বিতীয়খন মেচ খেলিব অসমে ৷ ৰাঁচীত অনুষ্ঠিত হ’বলগীয়া মেচখনত শিৱশংকৰ ৰয় নেতৃত্বাধীন দলটোৰ প্রতিদ্বন্দ্বী হ’ব ঘৰুৱা দল ঝাৰখণ্ড ৷ উল্লেখ্য যে মেচখন গুৱাহাটীৰ বর্ষাপাৰা…

বাজেট প্রস্তুতৰ পূর্বে বিশেষজ্ঞৰে বৈঠক সীতাৰমণৰ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ আগন্তুক ২০২০–২১ বিত্তীয় বর্ষৰ বাবে কেন্দ্রীয় বাজেট দাখিল কৰাৰ পূর্বে বিত্তমন্ত্রী নির্মলা সীতাৰমণে আৰম্ভ কৰিছে বাজেট পূর্ব আলোচনা ৷ কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে সোমবাৰে বিভিন্ন ক্ষেত্রত জড়িত হৈ থকা বিশেষজ্ঞ…