আন্দোলন দমন কৰিবলৈ গুপ্তহত্যাকাৰী নিয়োগ
নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ ৰাজ্যজুৰি সৃষ্টি হোৱা ‘কা’ বিৰোধী গণজাগৰণ দমন কৰিবলৈ চৰকাৰে নিয়োগ কৰিছে গুপ্তঘাতকৰ দল ৷ –এই বিস্ফোৰক অভিযোগ সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যৰ । গুৱাহাটীত গণসত্যাগ্রহ কার্যসূচীত…