বৰদিনৰ ৰং–বিৰঙী সামগ্রীৰে ভৰিছে গুৱাহাটীৰ বজাৰ
নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ পৱিত্র বৰদিনলৈ মাজত মাথোঁ এটা সপ্তাহ ৷ পিচে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি চলি থকা গণ আন্দোলনে ম্লান কৰিছে বৰদিনৰ উছাহ ৷ ‘কা’বিৰোধী প্রতিবাদৰ মাজতো গুৱাহাটী মহানগৰীত বৰদিন উদ্যাপনৰ প্রস্তুতি চলাইছে…