নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁও জিলা দবা সন্থা গঠন 

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ বঙাইগাঁৱৰ জাহ্নৱী হোটেলত আয়োজিত এক সভাত দেওবাৰে বঙাইগাঁও জিলা দবা সন্থা গঠন কৰা হয় ৷ সভাত ডেনিয়েল দাসক সভাপতি, প্ৰবীন বৈশ্য, শংকৰ বিশ্বাস উপ সভাপতি, উপানন্দ শৰ্মাক সাধাৰণ সম্পাদক, মনোৰম বণিক্য, দেৱব্ৰত দাস, প্ৰদীপ ঘোষ, যুটিয়া সম্পাদক, ডা° বিশ্বজিত সিংহক কোক্ষাধ্যক্ষ হিচাপে লৈ সমিতিখন গঠন কৰা হয় ৷ ৰজ্যিক দবা সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰ , কামৰূপ জিলাৰ উপ ভাপতা অৰিন্দোম বৰুৱা সভাত পৰ্যাবেক্ষক হিচাপে উপস্থিত থাকে ৷ জিলাখনত দবা খেল অধিক জনপ্ৰিয় কৰি তোলাৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লোৱা হয় ৷

You might also like