নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ শোণিতপুৰৰ বালিপৰাৰ বৰপাতগাঁৱত শোকাৱহ দুৰ্ঘটনা। চাইকেল আৰোহীক খুন্দিয়াই খাৱৈত সোমাল দ্ৰুতবেগী বাহন। দুৰ্ঘটনাত থিতাতে নিহত দুজন লোক আনহাতে আহত হৈছে দুজনকৈ লোক। থিতাতে নিহত চাইকেল আৰোহীজনৰ নাম ৰত্নেশ্বৰ শইকীয়া আৰু নিহত বাহনখনত অহা শিশু ৰিহন বৰুৱা। স্থানীয় লোকে উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ। আহতসকলক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
Next Post
You might also like