নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙাপৰাৰ প্ৰয়াত বিধায়ক ৰাজেন বৰঠাকুৰ সোঁৱৰণী ৰঙাপৰা সমষ্টি ভিত্তিত প্ৰাইজমানী ফুটবল প্ৰতিযোগীতা আৰম্ভ

 

নিয়মীয়া বাৰ্তা :::৩১ জুলাই :: শোণিতপুৰৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীৰ উদ্যোগত সমষ্টিৰ পঞ্চায়তসমূহত আজিৰেপৰা আৰম্ভ হৈছে ৰঙাপৰা সমষ্টিৰ প্ৰয়াত বিধায়ক ৰাজেন বৰঠাকুৰ সোঁৱৰণী ৰঙাপৰা সমষ্টি ভিত্তিত প্ৰাইজমানী ফুটবল প্ৰতিযোগীতা । সমষ্টিৰ অন্যান্য পঞ্চায়তৰ লগতে আজি বালিপৰাৰ উদমাৰী গাঁও পঞ্চায়ততো অনুষ্ঠিত হয় ফুটবল প্ৰতিযোগীতা । অনুষ্ঠানত উপস্থিত থাকি ৰঙাপৰা বিধায়ক কৃষ্ণ কমল তাঁতীয়ে কয় যে খেলৰ যোগেদি গ্ৰাম্যাঞ্চলৰ প্ৰতিভাসমূহক বিকাশ কৰাৰ প্ৰয়াস কৰা হৈছে । ৰঙাপৰা সমষ্টিৰপৰা এটা মূল ফুটবল দল গঠন কৰা হ’ব । “

You might also like