নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাট আৰক্ষীৰ অভিয়ান জব্দ ৪৫ চোৰাং গৰুসহ ৪ খনকৈ গাড়ী; ধৃত ৫

নিয়মীয়া বাৰ্তা, ১৩ মেঃ ৰূপহীহাটত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীযে অভিয়ান অব্যাহত ৰাখিছে ।ৰূপহীহাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ৰূপহী তিনিআলীত চলাইছিল চোৰাং গৰুৰ বিৰুদ্ধে অভিয়ান ৷আৰক্ষীৰ অভিয়ানত জব্দ ৪৫ টা কৈ চোৰাং গৰু ।ৰূপহীহাটৰ গেৰুৱাটি পৰা মেঘালয়লৈ সৰবৰাহ কৰাৰ সময়ত গৰু কেইটা গাড়ীসহ জব্দ কৰে আৰক্ষীয়ে। লগতে জব্দ কৰে ৪ টাকৈ গৰু সৰবহৰাহ কৰা গাড়ী। জব্দ কৰা কৰা গাড়ী কেইটাৰ নম্বৰ হল AS 02CC 3803, AS 01EV 8969,AS02 CC6972 আৰু AD 09 E 3909 ৷ ৰূপহীহাট আৰক্ষীয়ে ৫ জনকৈ গৰু সৰবহৰাকাৰী ক আটক কৰে ধৃত গৰু সৰবহৰাকাৰী কেইটা হল শিৰাজুল ইছলাম,ৰুফুল আমিন,জয়নাল আৱদিন,অহিদুল ইছলাম আৰু আশ্বাদুল হক।

You might also like