- ৰঙিয়াত ভয়াৱহ পথ দুৰ্ঘটনা
- দুৰ্ঘটনাত নিহত একেটা পৰিয়ালৰে তিনিগৰাকী যুৱক
- বাইক আৰু মালবাহী ডি আই বাহনৰ মাজত মুখামুখি সংঘৰ্ষ
- নিহত দুগৰাকী যুৱক আৰু এগৰাকী কিশোৰ
- নিহত দুগৰাকী নিজ ভাই ককাই ক্ৰমে মাজৰুল হুছেইন আৰু জুবেইড হুছেইন
- নিহত আন এগৰাকী সম্পৰ্কীয় ভাতৃ চুলতান আলী
- ঘটনাৰ স্থান ৰঙিয়াৰ সমীপৰ খন্দিকৰৰ তৰাবাৰীত।
ডিজিটেল ডেস্ক, ১৯ জুন