নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ বিজনী আৰক্ষীৰ বৃহৎ সাফল্য। চিৰাঙৰ বিজনীৰ কুমাৰশালীৰ উত্তৰে মানস ৰাষ্ট্ৰীয় উদ্যানত আৰক্ষীৰ অভিযান।

অভিযানকালত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ । ২ টা মেগজিনসহ এটা AK চিৰিজৰ ৰাইফল, ২৬ টাকৈ 7.62 m.m সক্ৰিয় গুলী উদ্ধাৰ । বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয়ৰ নেতৃত্বত এই অভিযান ।

You might also like