নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত কংগ্ৰেছৰ “সংকল্প সত্যাগ্ৰহ”

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চ:ৰাহুল গান্ধীৰ প্ৰসংগ লৈ ৰাজ্যৰ বিভিন্ন স্থানৰ ল’গতে আজি ধুবুৰীতো কংগ্ৰেছৰ উদ্যোগত “সংকল্প সত্যাগ্ৰহ” শীৰ্ষক এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়িত হয়। ধুবুৰীস্থ ৰাজীৱ ভৱনৰ সন্মুখৰ ৰাজপথত ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আৱেদুৰ জামানৰ নেতৃত্বত প্ৰতিবাদকাৰী সকলে হাতে হাতে বিভিন্ন প্ৰতিবাদী প্লে কাৰ্ড লৈ আজিৰ সেই “সংকল্প সত্যাগ্ৰহ” কাৰ্য্যসূচীত অংশ লয়।

You might also like